তিনিটা বৰ্ণ এটা হৈ জলত কৰো বাস, প্ৰথমে তৃতীয়ই মিলি উৰিফুৰা কাম?

উত্তৰঃ চিতল(মাছ)