ঔটো কোমল আঁহবোৰ মিহি,কোনেনো স্ৰজিলে পিঁহি পিঁহি, জাৰ খেদোৱা চাপকন চিলালে নোমলে আহিছে পিন্ধি উৰি?

উত্তৰঃউণ্ সূতা