পাঠ নং ৫
১৬.১ পাঠ সম্বন্ধীয় প্ৰশ্ন
উপযক্ত শব্দৰে খালী ঠাই পূৰণ কৰাঃ
১. ব্য়ক্তিগত সংস্কৃতিত ব্য়ক্তিয়ে ________________ অগ্ৰাধিকাৰ দিয়ে।
আনহাতে সামগ্ৰিক সংস্কৃতিত তেওঁলোকে_______________ অগ্ৰাধিকাৰ দিয়ে।
২. _______________ এ বস্তগত স্বয়ং সামাজিক স্বয়ং আৰু আধ্য়াত্মিক স্বয়ংৰ বিষয়ে কৈছিল।
৩. পাঁচ কোষৰ তত্ত্ব অনুসৰি যিদৰে ভাৰতীয় চিন্তাধাৰাত ব্য়াখ্য়া কৰা হয়, অন্নমায়া কোষে________
________ সামৰে।
পাঠ নং ৮
১৬.২ পাঠ সম্বন্ধীয় প্ৰশ্ন
স্তম্ভ কৰ সৈতে স্তম্ভ খ মিলোৱা।
স্তম্ভ ক স্তম্ভ খ
(ক) আত্মসন্মান (ক) আত্ম আচৰণৰ প্ৰকাশ
(খ) আত্ম কাৰ্যকৰিতা (খ) আনৰ প্ৰতিক্ৰিয়া আৰু বাহ্য়িক পৰিৱেশৰ
দ্বাৰা আচৰণ নিয়ন্ত্ৰণ।
(গ) আত্ম উপস্থাপন (গ) আত্ম ধাৰণাৰ কাৰ্যৰ উপাদানৰ মূল্য় নিৰূপণ
(ঘ) আত্ম নিৰীক্ষণ (ঘ) নিজৰ বিষয়ে চিন্তা কৰা।
(ঙ) আত্ম সচেতনতা (ঙ) নিজৰ ক্ষমতা সম্পৰ্কে বিশ্বাস।
পাঠ নং ১০
শেষৰ প্ৰশ্নসমূহঃ
১. স্বয়ঙৰ ধাৰণা ব্য়াখ্য়া কৰা।
২. ভাৰতীয় ধাৰণাৰ পাঁচটা কোষৰ বিষয়ে আলোচনা কৰা।
৩. সম্ভাৱনীয় আত্ম মূল্য়নিদ্ধাৰণ পথৰ বিষয়ে আলোচনা কৰা।
৪. আৱেগ আৰু অভিৰোচন সৈতে আত্ম বিশ্লেষণৰ সম্পৰ্কে আলোচনা কৰা।