সংহতি (Sets)
অধ্য়ায়-2
অনুশীলনী- 1 (C)
1. A = {1, 2, 3,…….., 20}, B = {5x। x ∈ N, x ≤ 10} হ’লে তলত দিয়াবোৰ নিৰ্ণয় কৰা:
i) A ∪ B ii) A ∩ B iii) A – B iv) B – A
2. তলত দিয়া সংহতিবোৰৰ মিলন উলিওৱা:
i) A = {x। x = Y2, y ∈ Z, -2 ≤ y ≤ 2}, B = {y। y ∈ Z, -2 ≤ y ≤ 2}
ii) C = {a, b, c, d}, D = {c, d, e, f, g, h}
iii) E = {x : x এটা মৌলিক সংখ্য়া, x < 50}, F = {y : y এটা যৌগিক সংখ্য়া y < 10}
iv) G = তোমালোকৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি, H = তোমালোকৰ বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি।
v) N = স্বাভাৱিক সংখ্য়াৰ সংহতি, W = পূৰ্ণ সংখ্য়াৰ সংহতি
vi) J = 28ৰ উৎপাদকবোৰৰ সংহতি, k = {x : x এটা 56ৰ মৌলিক উৎপাদক}
vii) L = দশমিক পদ্ধতিৰ সংখ্য়া লিখিবলৈ ব্য়ৱহাৰ কৰা অংকবোৰৰ সংহতি
M = {x : x ∈ W, x < 10}
viii) A = {x : x এটা 10ৰ গুণিতক, x < 100}
B = {10, 15, 20, 25, 30, 35, 40, 45, 50}
ix) P = {2, 4, 6}, Q = {-1, 0, 1, 2}
x) S = {2x : x ∈ Z, -5 < x <5}, T = {3x : x ∈ Z, -5 < x < 5}
3. তলত দিয়া সংহতিবোৰৰ ছেদন উলিওৱা।
i) A = {10, 11, 12,……., 20}, B = {15, 16, 17,……….., 25}
ii) U = {1, 2, 3,……., 100}, P = {2, 4, 6, ………., 100}
iii) D = {a, b, c, d}, E {x, y, z}
iv) F = {x : x এটা ইংৰাজী বৰ্ণমালা বৰ্ণ}, G = {a, e, i, o, u}
v) H = {x। x ∈ z, 1< x < 2}, J = {y। y ∈ Z, y ≥ 0}
vi) A = {x : x ∈ Z, 4 ≤ x ≤ 16}, B = {x : x ∈ Z, 3 ≤ x ≤ 15}
vii) K = { 2, 4, 6}, L = {-1, 0, 1, 2}
viii) (2, 5) আৰু [2, 5]
ix) {-1, o, 1, 5} আৰু {-2, -1, 0, 1, 2}
x) S = {x : x ∈ Z, -2 ≤ x ≤ 5}, T = {x : x ∈ Q, -2 ≤ x ≤ 5}
4. A = {2, 3, 4}, B = {3, 4, 5, 6}, C = {2, 4, 6, 8} হ’লে সত্য়াপন কৰি দেখুওৱা যে
i) A ∪ (B ∪ C) = (A ∪ B) ∪ C
ii) A ∩ (B ∩ C) = (A ∩ B) ∩ C
iii) A ∪ (B ∩ C ) = (A ∪ B) ∩ (A ∪ C)
iv) A ∩ (B ∪ C) = (A ∩ B) ∪ (A ∩ C)
5. তলৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰথমটোৰ পৰা দ্বিতীয়টোৰ অন্তৰ উলিওৱা।
i) A = {a b, c, d}, B = {c, d, e}
ii) A = {a, b, c, d, e} B = {c, d, a, b, c}
iii) A = {2, 4, 6, 8}, B = {1, 2, 3,……., 10}
iv) A = {x। x ∈ N, 10 ≤ x ≤ 20}, B = {x : x ∈ Z, 5 ≤ x ≤ 15}
v) A = {2x।x ∈ N, x < 20}, B = {3x : x ∈ N, x < 30}
6. A – B আৰু B – A উলিওৱা যদিহে
i) A = {10, 20, 30,…., 100} B = {5, 10, 15, ……,50}
ii) A = {x। x ∈ N, x < 20}, B = {x। x ∈ W, x < 20}
iii) A = {3x। x ∈ W, x < 5}, B = {4x। x ∈ N, x < 5}
iv) A = {x : x এটা ইংৰাজী বৰ্ণমালাৰ বৰ্ণ}, B = {y : y এটা ইংৰাজী বৰ্ণমালাৰ ব্য়ঞ্জনবৰ্ণ}
v) A = {a, e, i, o, u}, B = {x : x এটা ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ}
7. P = {a, b, c, d, e, h, h}, Q = {a, b, c, d}, R = {b, d, f, g}হ’লে সত্য়াপন কৰা যে
i) P – (Q ∪ R) = (P – Q) ∩ (P – R)
ii) P – (Q ∩ R) = (P – Q) ∪ (P – R)
8. খালী ঠাই পূৰ কৰা।
i) A ∪ A =—– ii) A ∩ A = —– iii) A – A= —–
iv) A ∪ ϕ = —– v) A ∩ ϕ =—– vi) A – ϕ = —–
vii) N ∪ W = —– viii) W ∪ Z = —– ix) Q ∩ N = —–
x) R ∩ Q = —– xi) W ∩ Q = —- xii) N ∩ R = —–
xiii) যদি A ⊆ B তেন্তে A ∪ B = —–
xiv) যদি A ⊆ B তেন্তে A ∩ B = —–
xv) যদি A ⊆ B তেন্তে A – B = —–
9. তলৰ উক্তিবোৰ সত্য়নে অসত্য় লিখা।
a) A ∪ B ≠ B ∪ A b) A ∩ B = B ∩ A
c) A – B = B – A d) x ∈ A – B ⟺ x ∈ A আৰু x∉ B
e) x ∈ A ∩ B ⟺ x ∈ A আৰু x∉ B f) x A ∈ A∪ B ⟺x ∈ বা x ∈ B
g) U, Aৰ সাৰ্বিক সংহতি হ’লে A ∪ U = A
h) U, Aৰ ,সাৰ্বিক সংহতি হ’লে A ∩ U = A
i) U – A =Ac j) A – U = A
10. তলৰ সংহতিবোৰ ভেন চিত্ৰৰ সহায়ত প্ৰকাশ কৰা।
i) A ∪ B ii) A ∩ B
iii) A ∖ B iv) B ∖ A
Type- Rajashree Bora
Post ID: DABP001770