বীজগণিত
অধ্যায় 10
অনুশীলনী 10 (A)
1. তলৰ বাক্যাংশবোৰ আক্ষৰিক সংখ্যা আৰু সংখ্যাৰ সহায়ত প্ৰকাশ কৰা ।
(i) х আৰু 3ৰ যোগফল ।
(ii) Yতকৈ 7 বেছি ।
(iii) aৰ দুগুণৰ লগত bৰ তিনিগুণৰ যোগফল ।
(iv) pৰ 3 গুণৰ পৰা qৰ 5 গুণ বিয়োগ কৰা ।
(v) bক 5 বাৰ পূৰণ কৰি 10ৰ লগত যোগ ।
(vi) xৰ 5 গুণতকৈ 3 কম ।
(vii) kৰ 3 গুণতকৈ 7 বেছি ।
(viii) w আৰু 3ৰ ভাগফলৰ লগত uৰ 2 গুণ যোগ ।
(ix) qক 3 বাৰ পূৰণ কৰি 9ৰ পৰা বিয়োগ ।
(x) x, y আৰু zৰ যোগফলৰ 4 গুণতকৈ 4 বেছি ।
2. তলত দিয়াবোৰক আক্ষৰিক সংখ্যাৰ সহায়ত প্ৰকাশ কৰা ।
(i) এটা সংখ্যাৰ 10 গুণতকৈ 5 বেছি ।
(ii) এটা সংখ্যাৰ 5 গুণৰ পৰা 7 বিয়োগ ।
(iii) এটা সংখ্যাক 3 বাৰ পূৰণ কৰি 11 যোগ ।
(iv) 20 ৰ পৰা এটা সংখ্যাক 4 বাৰ পূৰণ কৰি বিয়োগ ।
(v) তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগৰ লগত 1 যোগ ।
(vi) এটা সংখ্যাৰ এক-তৃতীয়াংশৰ লগত 5 যোগ ।
3. তলৰ ৰাশিবোৰ বাক্যত প্ৰকাশ কৰা ।
(i) 2x + y
(ii) 3(x + y) -5
(iii) 5x5
(iv) X2-y2
(v) (x + 1) (x + 2) (x + 3)
4. তলৰ পূৰণবোৰ সূচক আকাৰত লিখা ।
(i) 5 х 5 х 5 х 5 х 5
(ii) x. x. x. ……… x (15 বাৰ )
(iii) y. y. y. y. y. z. z. z. z. z.
(iv) a. a. a. b. b. b. b. c. c. c. c. c.
(v) p. p. p. …….. p (w বাৰ)
5. তলৰ সূচক আকাৰত লিখা ৰাশিবোৰক পূৰণ হিচাপে দেখুওৱা ।
(i) a4
(ii) x3y2
(iii) a3b4c5
(iv) x50
(v) p4q3r6
6. সূচকৰ বিধি প্ৰয়োগ কৰি সূচক আকাৰত সৰল কৰা ।
(i) a7 x a8
(ii) b15 b10
(iii) x3y4 ➗ x2y
(iv) p5q4r4 x p4q2r7
(v) p7q3r9 ➗ p5q2r7
(vi) (abc) 9
(viii) a2b x ab2c x abc2
Question Type By- Himadree Bora
Post ID: DABP001849