প্ৰাথমিক আকৃতিসমূহ
অধ্যায় 7
অনুশীলনী 7 (D)
1. তলত দিয়া ব্যাসাৰ্ধযুক্ত একোটাকৈ বৃত্ত অংকন কৰা ।
(i) 3 ছেমি.
(ii) 35 মিমি.
(iii) 4.2 ছেমি.
2. বৃত্তৰ ব্যাস দিয়া আছে । ব্যাস উলিওৱা ।
(i) 8 ছেমি.
(ii) 18 ছেমি.
(iii) 30 ছেমি.
3. বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে । ব্যাস উলিওৱা ।
(i) 7 ছেমি.
(ii) 4.2 ছেমি.
(iii) 16 মিমি.
4. কাক বোলে লিখা ।
(i) ব্যাসাৰ্ধ
(ii) ব্যাস
(iii) জ্যা
(iv) বৃত্ত
(v) বৃত্তক্ষেত্ৰ
5. এটা যিকোনো বৃত্ত আঁকা । বৃত্তটোৰ ওপৰত দুটা বিন্দু লৈ উপচাপ আৰু অধিচাপ দুটা দেখুওৱা ।
6. এটা বৃত্তৰ ব্যাসাৰ্ধ 4 ছেমি. । বৃত্তটোৰ আটাইতকৈ দীঘল জ্যাডালৰ দীঘ কিমান হ’ব ?
7. এটা যিকোনো বৃত্ত আঁকি বৃত্তটোৰ যিকোনো এটা চাপ আঁকা । চাপটোৰ দ্বাৰা গঠন হোৱা গৌণ বৃত্তকলা আৰু মুখ্য বৃত্তকলা চিহ্নিত কৰি দেখুওৱা ।
Question Type By- Himadree Bora
Post ID: DABP001753