পাঠ ৭
উদ্ভিদ আৰু ইয়াৰ অংগসমূহ
- শুদ্ধ উত্তৰ বাছি উলিওৱা-
i) তলত দিয়া উদ্ভিদবোৰৰ ভিতৰত অপুষ্পক উদ্ভিদবিধ হ’ল-
a) মূলা
b)আদা
c) কঁঠাল
d) ঢেকীয়া
উত্তৰঃ
ii) সমান্তৰাল সিৰা পোৱা যায়-
a) কলপাতত
b) আমৰ পাতত
c) জবা গছৰ পাতত
d) আঁহত গছৰ পাতত
উত্তৰঃ
iii) তলত দিয়া কোনটো কাণ্ড নহয়
a) গাজৰ
b) আদা
c) আলু
d) হালধী
উত্তৰঃ
- খালী ঠাই পূৰ কৰা—
( a ) স্ত্রীস্তৱকৰ বাহিৰৰ মূৰটোত থকা ৰঙা টেমুনাৰ দৰে অংশক গৰ্ভমূণ্ড বোলে।
(b) বেংছতা হ’ল এবিধ ভেঁকুৰ।
(c) অমিতাৰ ফুল অসম্পূর্ণ ফুলৰ উদাহৰণ।
(d) মটৰমাহ এবিধ আৰোহী লতা।
- গছৰ কোন অংশই খাদ্য প্রস্তুত কৰিব পাৰে উল্লেখ কৰা।
উত্তৰঃ
- উদ্ভিদৰ কোনটো অংশত গর্ভাশয় থাকে?
উত্তৰঃ
- মধ্যসিৰা মানে কি লিখা।
উত্তৰঃ
- পাহিবােৰ কিয় ৰঙীণ হয় লিখা।
উত্তৰঃ
- সালােকসংশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ
- সমান্তৰাল সিবিন্যাস পােৱা 4 বিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ
(1) কলপাত
(2) ঘেহুঁ
(3) গোমধান আৰু
(4) ঘাঁহ।
- জাল – সিবিন্যাস পােৱা 4 বিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ
(1) আহঁত
(2) আম পাত
(3) তুলসী পাত আৰু
(4) জাম পাত।
- কাণ্ডৰ কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ
- পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল কি কি ধৰণৰ হয় লিখা।
উত্তৰঃ