উত্তৰঃ ধোঁৱা
Month: January 2023
সুফল কলদী সু-তিৰি ফেদেলি,ফদেলিয়ে আঞ্জা ৰান্ধে গোন্ধত কাষৰ ঘৰেও বমি কৰে ?
উত্তৰঃ ভেদাইলতা
মুখেৰে পিন্ধায়,পোকৰে খুৱাই,নাইটোত ধৰি তেওঁ চাৰিওফালে ঘূৰাই ?
উত্তৰঃ টৰ্চলাইট
মাটিৰ তলৰ পৰা ওলাই ৰঙা বুঢ়ী কাপোৰ পিন্ধে কুৰি কুৰি ?
উত্তৰঃ পিঁয়াজ