উত্তৰঃ এখনো
Month: January 2023
বাঘৰ দৰে জপিয়ায়,ঘোঁৰাৰ দৰে ঘাঁহ খায়,চৰাই দৰে উৰি যায়,ইনো কি প্ৰাণী কোঁৱাচোন ভাই ?
উত্তৰঃ ফৰিং
আমাৰ ঘৰৰ কন্যা এটি,নাই তাইৰ পতি,সন্তান হ’লে জন্ম দিয়ে কন্যা সকলোটি ?
উত্তৰঃ কলগছ
ক্ষয় নাই লয় নাই আৰু নাই যতি,ইনো কি মহাধদন দিলেও নাযায় তুতি ?
উত্তৰঃবিদ্যাধন