উত্তৰঃ শংখ
Month: January 2023
আইৰ ঘৰলৈ যাম দুই হাতেৰে খাম,বধাতাই বোলে মই পিছে পিছে যাম ?
উত্তৰঃ ভাগ্য ।
বান্ধ বান্ধ তাক ভালদৰে ধৰে,বান্ধি নথ’লে সি মাৰিব লৰ,তাৰ পিছে গছে ডালে নিদিব দৌৰ,এইটোনো কি বাৰু কোঁৱাহে সত্বৰ ?
উত্তৰঃ বান্দৰ
ৰজাৰ চাদৰ তিয়াব পাৰি,শুকুৱাব কিন্ত নোৱাৰি ?
উত্তৰঃ জিভা