উত্তৰঃ জুইৰ ধোঁৱা
Month: January 2023
Class 10 Social Science MCQs Answer | Chapter 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
১. পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ কেইটা বৃহৎ উপাদান বা মণ্ডলে ভৌগোলিক পৰিৱেশৰ নিৰূপণ কৰিছে? (ক) তিনিটা (খ) চাৰিটা (গ) দুটা Answer: (খ) চাৰিটা ২. শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক কি বোলা হয়? (ক) স্থলমণ্ডল (খ) জলমণ্ডল (গ) ইয়াৰে Read More …
লেং লেংকৈ ওখ ভনীৰ ঔ টেঙা হেন থোপা,খুলি চালো মেলি চালো,ফটাকানিৰ সোপা ?
উত্তৰঃ ঢেঁকী দিওঁতে
বতাহ লাগিলে যায় পমি,ইনো কি লোঠাোৰা কণী ?
উত্তৰঃ বৰফ