উত্তৰঃ কাঁহৰ,বাটি
Month: January 2023
আকো খুন্দো তাকো খুন্দো চাৰি বাইভনীক জাপিহে খুন্দো ।
উত্তৰঃ পাণ তামোল,চূণ ৰাধা একেলগে খুন্দা
মাৰিলে কান্দে কাণত থাকে মনে মনে থাকে ?
উত্তৰঃ কাঁহৰ
শদিয়ালৈ গৈছিলো শত ফুল খাইছিলো কেঁচা পাতত বান্ধিছিলো লোন,মাকতকৈ ডাঙৰ হৈ,উপজিয়ে জপিয়াই কোন ?
উত্তৰঃ ঘোঁৰা