১। কিমান চনত প্ৰথমখন মানৱ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল? (ক) ১৯৯০ চনত (খ) ২০১০ চনত (গ) ১৮৯০ চনত Answer: (ক) ১৯৯০ চনত ২। ২০১০ চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত কেইটা ধাৰণা সন্নিৱিষ্টি কৰা হৈছে? (ক) দুটা (খ) পাচঁটা (গ) তিনিটা Read More …
Month: January 2023
Class 10 Social Science MCQs Answer | Chapter 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা
১। বিনিময় প্ৰথাৰ কোইটা অসুবিধা মন কৰিবলগীয়া? (ক) দুটা (খ) তিনিটা (গ) চাৰিটা Answer: (গ) চাৰিটা ২।মুদ্ৰাৰ ক্ৰমবিকাশৰ কেইটা পৰ্যায় আছে? (ক) দুটা (খ) পাটা (গ) চাৰিটা Answer: (খ) পাচঁটা ৩। মুদ্ৰাৰ কেইটা বৈশিষ্ট্য মন কৰিবলগীয়া? (ক) তিনিটা (খ) পাছটা Read More …
Class 10 Social Science MCQs Answer | Chapter 2 আন্তৰ্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য়
১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ? (ক) ১৮৩০ চনৰ ৭ অক্টোৱৰত (খ) ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ (গ) ১৯৬৭ চনৰ ৬ জানুৱাৰীত Answer: (খ) ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ ২। প্ৰথম বিশবযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? (ক) ১৯১৪ চনত Read More …
Class 10 Social Science MCQs Answer | Chapter 1 ভাৰতীয় গণতন্ত্ৰ
১। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ? (ক) ১৯৬৩ চনৰ জুন মাহত (খ) ১৮৯০ চনৰ জলাই মাহত (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত Answer: (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত ২। কেবিনেট মিছনৰ প্ৰথমখন বৈঠক কিমান চনৰ কি মাহৰ বহিছিল? (ক) ১৯৪৬ Read More …