উত্তৰঃ পখিলা
Month: January 2023
পাখি নাই উৰি যায় মুখ নাই মাতে, বুকু ফালি পোহৰ বিলায় যেন কাণ ফাটে ?
উত্তৰঃ বিজুলী ঢেৰেকনী ।
শিলৰ দৰে তলত পৰে,ভেলৰ দৰে ভাঁহে কুকুৰৰ দৰে বহে ?
উত্তৰঃ ভেকুলী
সৰু সৰু চৰাই লোহাৰ গুটি খায়,সাতোখন পাহাৰত যুঁজিবলৈ যায় ?
উত্তৰঃ বন্দুক