উত্তৰঃ বাঁহী
Month: January 2023
আগ খৰা গুৰি খৰা,যায় গুম গুম নাহৰ বৰা ?
উত্তৰঃ ফৰ্মুটি
অমুকীৰ অমুকী নাম খুচি খুচি মঙহ খাম ?
উত্তৰঃ চুণৰ টেমি
অলনিৰ কুকুৰা দলনিত চৰে,নেজত ধৰিলেই কোচ খাই পৰে ?
উত্তৰঃ নিলাজীবন
Question and Answer Solution
উত্তৰঃ বাঁহী
উত্তৰঃ ফৰ্মুটি
উত্তৰঃ চুণৰ টেমি
উত্তৰঃ নিলাজীবন