উত্তৰঃ ঘড়ী
Month: January 2023
যাৰ নাই আকাৰ,সি নহ’লেই হয় হাঁহাকাৰ ?
উত্তৰঃ পানী
মৰাই নিয়ে জীয়াক টানি,ইনো কি আচৰিত জুৰি ?
উত্তৰঃ মৰাপাটৰ ৰছী
হাতীয়ে মাউতে তল যায়,কুঁজী বুঢ়ীয়ে জুলুকি বায় ?
উত্তৰঃ হাঁহ
Question and Answer Solution
উত্তৰঃ ঘড়ী
উত্তৰঃ পানী
উত্তৰঃ মৰাপাটৰ ৰছী
উত্তৰঃ হাঁহ