উত্তৰঃ বতাহ
Month: January 2023
শদিয়ালৈ গৈছিলো,শতফুল খাইছিলো কেঁচাপাতত বান্ধিছিলো লোণ মাকতকৈ ডাঙৰ হৈ উপজিয়েই জপিয়াই কোন ?
উত্তৰঃ আখৈ
হাতীৰ দাঁত,কাঁইটিয়া পাত যিয়ে ক’ব নোৱাৰে,সিয়ে গোলামৰ জাত ?
উত্তৰঃ বেঙেনা
বহে নাকত,ধৰে কাণত ?
উত্তৰঃ চছমা
Question and Answer Solution
উত্তৰঃ বতাহ
উত্তৰঃ আখৈ
উত্তৰঃ বেঙেনা
উত্তৰঃ চছমা