Swami’s Grandmother Lesson 14 Word Meaning শব্দৰ অৰ্থ Belongings- বস্তু Between- মাজত Consisted- গঠিত Pillows- আঠুৱা Safe- সুৰক্ষিত Cardamoms- ইলাচী Cloves- লৱণ Spent- খৰচ হৈ গ’ল Resting- জিৰণি লৈ থকা Mixed- মিশ্ৰিত Clearly- স্পষ্টভাৱে Bored- বিৰক্ত হোৱা Instead- ইয়াৰ পৰিৱৰ্তে Various- বিভিন্ন Listened- শুনিলে Interest- সুত Dress- পোছাক Arithmetic- গাণিতিক Granny- আইতা Impressed- আপ্লুত Intelligence- বুদ্ধিমত্তা Brilliant- উজ্বল Examination- পৰীক্ষা Superintendent- অধীক্ষক Attacked- আক্ৰমণ কৰা Response- সঁহাৰি Correctly-শুদ্ধকৈ Rebuked- তিৰস্কাৰ কৰা Attention- ধ্যান দিয়া Comprehension: (বুজাবুজি:) 1. Answer the following questions in complete…