মিৰজুমলাৰ অসম আক্ৰমণ পাঠ- চতুৰ্থ উত্তৰ লিখা ঃ- ১) মিৰজুমলা কোন ৰাজ্যৰ নবাব আছিল ? উত্তৰঃ- মিৰজুলা বংগৰ নবাব আছিল । ২) মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ? উত্তৰঃ- মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত অহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আছিল । ৩) মনথিৰ ভৰালী বৰুৱা কোন ? উত্তৰঃ- মনথিৰ ভৰালী বৰুৱা জয়ধ্বজ সিংহৰ পৰ্বতীয়া ফুকণ আৰু…