ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন পাঠ- আঠ ১) একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ। ক) কোনজন ব্যক্তিৰ সহায়ত চুক্লানফাই আহোম উদয়াদিত্য সিংহক হত্যা কৰিছিল? উত্তৰঃ ডেবেৰা হাজৰীকা নামৰ ব্যক্তিৰ সহায়ত চপক্লানফাই আহোম ৰজা উদয়াদিত্য সিংহক হত্যা কৰিছিল। খ) আহোম ৰজা চুক্লানফাৰ আন এটা নাম কি ? উত্তৰঃ আহোম ৰজা চুক্লানফাৰ আন এটা নাম হ’ল- ৰামধ্বজ সিংহ। গ) আহোম শাসনৰ…