পূৰ্ণানন্দ বুঢ়াগোহাঁই পাঠ- একাদশ অধ্যায় ১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ। ক) কোনজন বুঢ়াগোহা্ঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহা্ঁই পদবী লাভ কৰিছিল? উত্তৰঃ ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহাঁইৰ পদবী লাভ কৰে। খ) পূণানন্দ বুঢ়াগোহা্ঁয়ে কোনটো মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল ? উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তংগত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল। গ) পূৰ্ণানন্দ বুঢ়াগোহা্ঁই কিমান বছৰ ৰাজমন্ত্ৰী হৈ থাকিল ? উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁই ৩৪…