অনুশীলনীঃ- ১। হালোৱা – হজুৱা, অনাখৰী মানুহবোৰ শংকৰদেৱৰ ওচৰলৈ কিয় আহিছিল ? উত্তৰঃ- শংকৰদেৱৰ কণ্ঠত গীত (বৰগীত), ঘোষা-পদ শুনিবলৈ তেওঁৰ ওচৰলৈ হালোৱা-হজুৱা, অনাখৰী মানুহবোৰ আহিছিল। ২। সৰ্বজয় কোন আছিল ? তেওঁ কৰা কি কাৰ্য চাই লগৰীয়া ভকতকেইজনে মুখ টিপি হাঁহিছিল ? উত্তৰঃ- সৰ্বজয় আছিল শংকৰদেৱৰ অতি মৰমৰ এজন সৰুকালৰ লগৰীয়া ভকত। এদিনাখন সৰ্বজয়ে একান্তমনে নাম গাই থাকোঁতে…