অনুশীলনীঃ- ১। পাঠটিত উল্লেখ থকা মজাৰ ঘটনাটো তোমাৰ কথাৰে বৰ্ণনা কৰাঁ । উত্তৰঃ- এদিন শংকৰদেৱ ৰাজসভাৰপৰা সোনকালে আহিছিল কিন্তু ঘৰত সোমোৱাৰ আগতে তেওঁ চিলাৰায়ৰ ওচৰলৈ গৈছিল। তেওঁ জানিব বিচাৰিছিল যে নৰনাৰায়ণ কিয় চিন্তিত হৈছে। তেতিয়া চিলাৰায়ে শংকৰদেৱক কৈছিল যে দেশলৈ দুটা মাল যুঁজাৰু আহিছে আৰু সেই মালকেইটাই নৰনাৰায়ণৰ লগত যুদ্ধ কৰিব বিচাৰিছে। ৰজাই তেওঁলোকক কৈছে যে…