অধ্য়ায় – 11
অনুশীলনী – 11(A)
1. তলৰ কোনবোৰ ৰাশি বহুপদ হয় আৰু কোনবোৰ বহুপদ নহয়?
i) 3x + 2 ii) 7x2 – 1 + 2xy iii) 1 – 5y – y2
x) xi) X2 – 1 + y2 – xy + x3y2
xii) xiii) 0. 7a – 0. 6b + 2c
xiv) 83 xv) X3y2abc
2. তলৰ প্ৰতিটো ৰাশিৰ পদবোৰ লিখা আৰু পদৰ সংখ্য়া লিখা।
i) 6x3 – 3x2 + 8x – 3 ii) xy + yz + 18zx
3. তলৰ ৰাশিবোৰ একপদ, দ্বিপদ আৰু ত্ৰিপদ হিচাপ ভাগ কৰা। কোনবোৰ এই তিনিটাৰ এটাও নহয়?
i) 3y – 7 ii) 12xy iii) y – 3y + 7y2
iv) v) 11x2yz vi) p – q + 6r + 5
x) 11ax – 6by + 3cz – 1
i) কিমানটা পদ আছে? পদবোৰ লিখা।
ii) কিমানটা চলক আছে? কি কি?
iii) ৰাশিটো বহুপদ হয়নে?
iv) x2yৰ সাংখ্য়িক সহগ কি?
v) y3ৰ সাংখ্য়িক সহগ কি?
vi) ৰাশিটোৰ মাত্ৰা কি?
vii) ধ্ৰুৱক পদ আছেনে? যদি আছে, পদটো কি?
5. তলৰ বহুপদবোৰৰ মাত্ৰা লিখা :
vii) -16 viii) ix)xy+3yz-4zx +9
Type – Rajashree Bora