অধ্য়ায় – 9
অনুশীলনী – 9 (A)
1. মান উলিওৱা :
iii) 1200 টকাৰ 55% iv) 2400 মিলি.ৰ
2. x ৰ মান উলিওৱা যদি —
i) x ৰ40% = 240 ii) x মিটাৰৰ = 50 মিটাৰ
iii) 400 গ্ৰামৰ x% = 60 গ্ৰাম iv) x জন মানুহৰ 20% = 240 জন
3. i) এটা সংখ্য়াৰ 5% ৰ মান 9। সংখ্য়াটো কি?
ii) 6500 টকাৰ কিমান শতাংশৰ মান 845 টকা?
iii) কিমান মিটাৰৰ 20% ৰ মান 160 মিটাৰ ?
4. নিৰ্মালীয়ে তেওঁৰ হাতত থকা টকাৰ 75% খৰচ কৰাৰ পিছত তেওঁৰ হাতত 600 টকা থাকিল। তেওঁৰ হাতত আৰম্ভণিতে কিমান টকা আছিল ?
5. শান্তনুৱে এটা বৰ্ষত 204 দিন বিদ্য়ালয়ত উপস্থিত আছিল। যদি তেওঁৰ উপস্থিতি 85%,তেন্তে বৰ্ষটোত কিমান দিন বিদ্য়ালয় খোলা আছিল?
6. এখন ফলৰ বাগিচাত মুঠতে 3000 জোপা গছ আছে। ইয়াৰ 30% আপেল গছ, 25% কমলা গছ আৰু বাকীবোৰ মাচপতি গছ। বাগিচাখনত নাচপতি গছৰ সংখ্য়া কিমান ?
7. এটা পৰাক্ষাত উত্তীৰ্ণ হ’বলৈ 40% নম্বৰ পাব লাগে। ৰক্তিমে 185 নম্বৰ পাই অনুত্তীৰ্ণ হ’ল। তেওঁ আৰু 15 নম্বৰ বেছি পেৱাহেঁতেন উত্তীৰ্ণ হ’লহেঁতেন। পৰীক্ষাটোৰ মুঠ কিমান আছিল?
Type – Rajashree Bora