অধ্য়ায়- 7
অনুশীলনী – 7(A)
1. তলৰ সংখ্য়বোৰৰ বৰ্গ উলিওৱাঃ
27, 52, 69, 104, 263
2. 1 ৰ পৰা 100 লৈ বৰ্গ সংখ্য়াকেইটা লিখা।
3. 200 আৰু 300 ৰ মাজত থকা বৰ্গ সংখ্য়াকেইটা লিখা।
4. তলৰ বৰ্গ সংখ্য়াকেইটাক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্য়াৰ যোগফল হিচাপে দেখুওৱাঃ
64, 81, 100, 121, 144
5. তলৰ কোনকেইটা বৰ্গ সংখ্য়া নহয় যুক্তি সহকাৰে উল্লেখ কৰা কৰা:
782, 961, 1658, 3249, 640, 1563, 2787, 9000
6. তলৰ সংখ্য়াবোৰৰ বৰ্গৰ এককৰ স্থনত কি অংক বহিব লিখা:
69, 43, 91, 62, 425, 126, 126, 6344, 2747, 8888,
7. তলৰ সমখ্য়াবোৰৰ বৰ্গৰ শেষৰফালে কিমানটাকৈ 0 থাকিব লিখা:
460, 7200, 6020, 2000
8. তলৰ কোনটো যুগ্ম সংখ্য়াৰ বৰ্গ আৰু কোনটো অযুগ্ম সংখ্য়াৰ বৰ্গ যুক্তি সহকাৰে উল্লেখ কৰা:
784, 1521, 2025, 2304
9. তলৰ বৰ্গ সংখ্য়াবোৰক 1 ৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম সংখ্য়াৰ যোগফল ৰূপে প্ৰকাশ কৰা।
64, 81, 100, 121, 144
10. যোগ নকৰাকৈয়ে মান উলিওৱা:
[‘ প্ৰথম n টা ক্ৰমিক অযুগ্ম সংখ্য়াৰ যোগফল = n2 এই ধৰ্ম প্ৰয়োগ কৰিবা।]
i) 1+ 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19 =
ii) 1 + 3 + 5+ ……………+ 23 =
iii) 1 + 3 + 5+ ……………+ 27 =
iv) 1 + 3 +5+ ……………+ 33 =
11. তলৰ বৰ্গ সংখ্য়াবোৰক দুটা ক্ৰমিক স্বাভাৱিক সংখ্য়াৰ যোগফল হিচাপে প্ৰকাশ কৰা:
12. মান উলিওৱা :
i) 392 – 382 ii) 532 – 522 iii) 722 – 712
iv) 862 – 852 v) 902 – 892
13. তলৰ বৰ্গ সংখ্য়াবোৰৰ মাজত কিমানটাকৈ স্বাভানিক সংখ্য়া আছে নিৰ্ণয় কৰা:
i) 169 আৰু 225 ii) 225 আৰু 256 iii) 289 আৰু 324
iv) 361 আৰু 400 v) 529 আৰু 576
14. মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত তলৰ সংখ্য়াবোৰ পূৰ্ণ সংখ্য়া হয়নে নহয় পৰীক্ষা কৰা। যদি বৰ্গ সংখ্য়া হয়, তেন্তে কোন সংখ্য়াৰ বৰ্গ নিৰ্ণয় কৰা:
i) 576 ii) 648 ii) 1156 iv)1083 v)676 vi) 845 vii) 1225
viii) 1620 ix) 1176 x)882
15. খালী ঠাই পুৰ কৰা :
i) 13 × 15 = 一 – 1 ii) 14 × 16 = 一 -1
iii) 15 × 17 = 一 – 1 iv) 16 × 18 = 一 – 1
v) 18 × 20 = 一 – 1 vi) 17 × 19 = 一 – 1
16. উপযুক্ত অভেদ প্ৰয়োগ কৰি বৰ্গ কৰা ঃ
i) 29 ii)71 iii)199 iv) 302 v) 298 vi) 103
17. ‘ 252 = (2×3) × 100 + 25′ এই নিয়মটো প্ৰয়োগ কৰি তলৰ সংখ্য়াবোৰৰ বৰ্গ উলিওৱাঃ
15, 75, 85, 95, 105, 125
18. স্তম্ভ পদ্ধতিৰে বৰ্গ উলিওৱাঃ
i) 26 ii)34 iii) 47 iv) 58 v) 63 vi)71 vii) 82 viii)99
19. তলত কেইটামান পাইথাগ’ৰীয় ত্ৰয়ৰ প্ৰতিটো আটাইতকৈ সৰু সংখ্য়াটো দিয়া আছে। পাইথাগ’ৰীয় ত্ৰয়কেইটা নিৰ্ণয় কৰাঃ
i) 6 ii)14 iii) 14 iv) 16 v) 20
20. খালী ঠাি পূৰ কৰা ঃ
i) যুগ্ম সংখ্য়াৰ বৰ্গ _______ ।
ii) ______ সংখ্য়াৰ বৰ্গ অযুগ্ম।
iii) n টা ক্ৰমিক অযুগ্ম সংখ্য়াৰ যোগফল _______ ।
iv) 29742 ৰ এককৰ স্থানৰ অংক _______ ।
v) 1000 ৰ বৰ্গৰ শেষত থকা শূন্য়ৰ সংখ্য়া _______ টা ।
21. দেখুওৱা যে তলৰ সংখ্য়াবোৰ পূৰ্ণ বৰ্গ সংখ্য়া। লগতে কোন সংখ্য়াৰ বৰ্গ নিৰ্ণয় কৰা।
i) 441 ii)576 iii)784 iv) 900
22. তলৰ সংখ্য়াবোৰক আটাইতকৈ সৰু কি সংখ্য়াৰে পূৰণ কৰিলে পূৰণফলটো এটা পূৰ্ণ বৰ্গ সংখ্য়া হ’ব ?
i) 252 ii) 600 iii) 588 iv) 1800
23. তলৰ সংখ্য়াবোৰক আটাইতকৈ সৰু কি সংখ্য়াৰে হৰণ কৰিলে হৰণফলটো এটা পূৰ্ণ বৰ্গ সংখ্য়া হ’ব?
i) 405 ii) 1008 iii)1620 iv) 704
24. তিনিটা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ বৰ্গ সংখ্য়াটো উলিওৱা।
25. 2, 3 আৰু 4 ৰে বিভাজ্য় আটাইতকৈ সৰু পূৰ্ণ সংখ্য়াটো উলিওৱা।
Type – Rajashree Bora