অধ্য়ায় – 6
অনুশীলনী – 6 (A)
1. এখন বিদ্য়ালয়ৰ অষ্টম শ্ৰেণীৰ 40 গৰাকী শিক্ষাৰ্থীয়ে কোনো এটা পৰীক্ষাত লাভ কৰা নম্বৰবোৰ তলত দিয়া ধৰণৰ —–
31 35 22 41 27 38 7 44 45 31
15 24 42 9 43 39 10 46 25 32
23 30 17 36 21 24 35 27 18 33
35 29 37 28 12 33 26 8 48 39
i) তথ্য়খিনিৰ বিস্তাৰ উলিওৱা।
ii) 0 – 10, 10 – 20, …. ইত্য়াদি শ্ৰেণী অন্তৰাল লৈ তথ্য়াখিনি বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা।
iii) তথ্য়খিনিৰ স্তম্ভলেখ অংকন কৰা।
2. এটা শ্ৰেণীৰ 30 গৰাকী শিক্ষাৰ্থীৰ উচ্চতা (ছেণ্টিমিটাৰত) এনে ধৰণৰ —
130 141 125 143 133 145 143 146 133 139
135 131 136 136 127 138 134 144 132 147
140 133 132 129 137 132 137 131 138 148
i) 125 – 129, 130 – 134, …. ইত্য়াদি শ্ৰেণী অন্তৰাল লৈ তথ্য়খিনিৰ বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা।
ii) 135 ছেমি.তকৈ কম উচ্চতাৰ শিক্ষাৰ্থীৰ সংখ্য়া কিমান?
iii) 140 ছেমি. বা তাতকৈ বেছি উচ্চতাৰ শিক্ষাৰ্থীৰ সংখ্য়া কিমান?
3. এটা লুডুগুটি 35 বাৰ দলিওৱা হ’ল। প্ৰতিবাৰতে লুডুগুটিটোৰ ওপৰৰ পৃষ্ঠত দিখুওৱা সংখ্য়াবোৰ তলত দিয়া ধৰণৰ—
2 3 5 1 3 6 4 3 2
5 3 2 2 3 5 4 2 1
1 6 5 3 4 2 6 5 2
3 4 ২ 3 5 4 4 1
তথ্য়খিনি এখন অশ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা।
4. এখন মোনাত থকা 48 টা আমৰ প্ৰতিটোৰ ওজন (গ্ৰামত) তলত দিয়া হ’ল —
75 152 80 160 150 162 190 165
180 75 172 164 62 171 135 165
91 168 65 152 157 72 192 178
172 95 135 96 120 169 125 148
171 142 123 170 121 175 132 172
145 150 129 130 127 137 195 144
i) 20 শ্ৰেণী প্ৰস্থৰ অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল লৈ দাগচিহ্ন, বাৰংবাৰতা আৰু সঞ্চয়ী বাৰংবাৰতা দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা।
ii) 140 গ্ৰামতকৈ কম ওজনৰ আম কিমানটা আছে ?
iii) 180 গ্ৰাম বা তাতকৈ বেছি ওজনৰ আম কিমানটা আছে ?
5. 40 জন শ্ৰমিকৰ দৈনিক হাজিৰা (টকাত) তলত দিয়া ধৰণৰ —
দৈনিক হাজিৰা (টকাত) | 320-340 | 340-360 | 360 – 380 | 380 – 400 | 400 – 420 |
শ্ৰমিকৰ সংখ্য়া | 3 | 7 | 12 | 13 | 5 |
তথ্য়খিনিৰ এটা স্তম্ভ অংকন কৰা।
6. এটা চুবুৰীৰ 50 টা পৰিয়ালৰ কোনো এটা মাহত হোৱা বিদ্য়ুতৰ খৰচ (টকাত) তলত দিয়া হ’ল। তথ্য়খিনিৰ এটা স্তম্ভলেখ অংকন কৰা।
বিদ্য়ুতৰ খৰচ (টকাত) | পৰিয়ালৰ সংখ্য়া |
200-249 | 3 |
250-299 | 4 |
300-349 | 8 |
350-399 | 10 |
400-449 | 8 |
450-499 | 12 |
500-549 | 5 |
Type – Rajashree Bora