বস্তু বিজ্ঞান অধ্যয়ন
Chapter 6
১। বিজ্ঞান শাস্ত কিহৰ ভঁৰাল?
(ক) জ্ঞানৰ
(খ) অজ্ঞান
(গ) সাহিত্য
উত্তৰঃ- (ক) জ্ঞানৰ
২। জ্ঞানৰ বলত মানুহে কি কাম কৰিব পাৰে ?
(ক) চৰ্চা
(খ) অদ্ভুত
(গ) কথিন
উত্তৰঃ- (খ) অদ্ভুত
৩। বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ লেখক কোন ?
(ক) কিৰণ বেদী
(খ) সৰোজিনী নাইডু
(গ) সত্যনাথ বৰা
উত্তৰঃ- (গ) সত্যনাথ বৰা
৪। সত্যনাথ বৰা কিমান চনত জন্ম হৈছিল ?
(ক) ১৯২৫
(খ) ২০১২
(গ) ১৮৬০
উত্তৰঃ- (গ) ১৮৬০
৫। কিছুদিন তেখেতে কত অধ্যাপনা কৰিছিল?
(ক) কটন কলেজত
(খ) হাই স্কুলত
(গ) ওপৰৰ দুটা হয়
উত্তৰঃ- (ক) কটন কলেজত
৬। তেখেতৰ দুখন গ্ৰন্থৰ নাম?
(ক) সাহিত্য বিচাৰ
(খ) আকাশ ৰহস্য
(গ) ওপৰৰ দুটা হয়
উত্তৰঃ- (গ) ওপৰৰ দুটা হয়
৭। সৰুতেই তেখেতে কাক হেৰুৱাই ?
(ক) খুৰাকক
(খ) পিতৃ-মাতৃক
(গ) আইতাকক
উত্তৰঃ- (খ) পিতৃ-মাতৃক
৮। তেখেতে কাৰ তত্ত্বাৱধানত শিক্ষা লাভ কৰে?
(ক) খুৰাকৰ তত্বাৱধানত
(খ) আইতাকৰ লগত
(গ) ককাকৰ লগত
উত্তৰঃ- (ক) খুৰাকৰ তত্বাৱধানত
৯। বিজ্ঞান শাস্ত শিক্ষা কৰিলে কি ঘটনাৰ কাৰণ জনা যায়?
(ক) ঢোলত কোব মাৰিলে শব্দ উঠে
(খ) হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়
(গ) ওপৰৰ দুটাই হয়
উত্তৰঃ- (গ) ওপৰৰ দুটাই হয়
১০। আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল কিহৰ ফল?
(ক) বিজ্ঞান-চৰ্চাৰ ফল
(খ) কু-সংস্কাৰৰ ফল
(গ) শিক্ষাৰ ফল
উত্তৰঃ- (ক) বিজ্ঞান-চৰ্চাৰ ফল
১১। বহুত চহা মানুহে ধনগুলৈক কিহৰ মায়া বুলি ভাবে?
(ক) ভুত-প্ৰেতৰ মায়া
(খ) হাতৰ মায়া
(গ) বিজ্ঞানৰ মায়া
উত্তৰঃ- (ক) ভুত-প্ৰেতৰ মায়া
১২। হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?
(ক) চুনামি আহে
(খ) ভূমিকম্প আহে
(গ) একো নহয়
উত্তৰঃ- (খ) ভূমিকম্প আহে
১৩। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ কি জনা যায়?
(ক) ৰহস্য
(খ) মূল তত্ব
(গ) এটাও নহয়
উত্তৰঃ- (খ) মূল তত্ব
১৪। প্ৰেত শব্দৰ অৰ্থ কি?
(ক) ভূত
(খ) পিশাচ
(গ) দুটাই হয়
উত্তৰঃ- (গ) দুটাই হয়
১৫। দুষ্কৰ শব্দৰ অৰ্থ কি?
(ক) দুসাধ্য
(খ) ভূত
(গ) বননি
উত্তৰঃ- (ক) দুসাধ্য
১৬। হাবিয়নি শব্দৰ অৰ্থ কি?
(ক) জংঘল
(খ) প্ৰভেদ
(গ) ৰহস্য
উত্তৰঃ- (ক) জংঘল
১৭। পৰিমিত শব্দৰ অৰ্থ কি?
(ক) জোখৰ
(খ) জাবৰ
(গ) জ্ঞাত
উত্তৰঃ- (ক) জোখৰ
১৮। ধনগুলৈ শব্দৰ অৰ্থ কি?
(ক) জেখৰ
(খ) জাবৰ
(গ) জঞাত
উত্তৰঃ- (খ) জাবৰ
১৯। চহা শব্দৰ অৰ্থ কি?
(ক) গাঁৱত থকা লোক
(খ) চহৰত থকা লোক
(গ) বনত থকা লোক
উত্তৰঃ- (ক) গাঁৱত থকা লোক
২০। উদ্গতি পথত কিহে বাধা দিয়ে?
(ক) বিজ্ঞান চৰ্চা
(খ) কু-সংস্কাৰ
(গ) সাহিত্য
উত্তৰঃ- (খ) কু-সংস্কাৰ