জাগা জননীৰ সন্তান
Chapter 4
১. কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
(ক) জননীৰ সন্তান
(খ) মৃত্যুক
(গ) জয়জিনি
উত্তৰঃ- (ক) জননীৰ সন্তান
২. দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?
(ক) দেশক হিংসা কৰা
(খ) দেশৰ অপকাৰ কৰা
(গ) দেশৰ গৌৰৱ
উত্তৰঃ- (গ) দেশৰ গৌৰৱ
৩. দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?
(ক) মৃত্যুক কোছত লবলৈ কৈছে
(খ) মৃত্যুক গছকিবলৈ কৈছে
(গ) মৃত্যুৰ কাসেৰেদি যাবলৈ কৈছে
উত্তৰঃ- (খ) মৃত্যুক গছকিবলৈ কৈছে
৪. জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
(ক) এলেহুৱা
(খ) কৰ্মপুৰুষতা
(গ) কৰ্মহীনতা
উত্তৰঃ- (গ) কৰ্মহীনতা
৫. কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?
(ক) স্বদেশপ্ৰেমী জোৱান সকল
(খ) স্বদেশবিৰোধী জোৱান সকল
(গ) স্বদেশক ঘৃণা কৰা জোৱান সকল
উত্তৰঃ- (ক) স্বদেশপ্ৰেমী জোৱান সকল
৬. আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?
(ক) নৱ-জোৱান
(খ) দুৰ্ম্মদ বীৰ নৱ-জোৱান
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ- (ক) নৱ-জোৱান
৭. মৃত্যুৰ বিপৰীত শব্দ হ’ল?
(ক) মৰা
(খ) মৃত্যদণ্ড
(গ) জন্ম
উত্তৰঃ- (গ) জন্ম
৮. জয় বিপৰীত শব্দ হ’ল?
(ক) পৰাজয়
(খ) জয় লাভ কৰা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ- (ক) পৰাজয়
৯. কাপুৰুষ বিপৰীত শব্দ হ’ল ?
(ক) শক্তি নথকা
(খ) বীৰ
(গ) অলপ শক্তি থকা
উত্তৰঃ- (খ) বীৰ
১০. শত্ৰু বিপৰীত শব্দ হ’ল?
(ক) বন্ধু
(খ) শত্ৰু
(গ) মিত্ৰ
উত্তৰঃ– (গ) মিত্ৰ
১১. দুৰ্বল বিপৰীত শব্দ হ’ল?
(ক) সৰল
(খ) সবল
(গ) শক্তি নথকা
উত্তৰঃ- (খ) সবল
১২. জাগা জননীৰ সন্তানটো কবিতাটোৰ কবি কোন?
(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) যতীন্দ্ৰ নাথ ঠাকুৰ
উত্তৰঃ- (ক) জ্য়োতিপ্ৰসাদ আগৰৱালা
১৩. কবিয়ে কাক গছকি জয়জিনিব দিছে?
(ক) মৃত্য়ুক গছকি
(খ) নৱ-জোৱানক গছকি
(গ) বিবাহক গছকি
উত্তৰঃ- (ক) মৃত্য়ুক গছকি
১৪. সন্ধি ভাঙা নীলাচল?
(ক) নীল + আচল
(খ) নল + ইচল
(গ) নীল + অচল
উত্তৰঃ- (গ) নীল + অচল
১৫. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?
(ক) ১৯০১ চনত
(খ) ১৯০২ চনত
(গ) ১৯০৩ চনত
উত্তৰঃ- (গ) ১৯০৩ চনত
১৬. দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে কি বোলে?
(ক) ক্ৰিয়া বোলে
(খ) পদ বোলে
(গ) সন্ধি বোলে
উত্তৰঃ- (গ) সন্ধি বোলে
১৭. ‘শোণিত কুঁৱৰী’ নাটখন তেখেতে কিমান বছৰ বয়সত ৰচনা কৰিছিল?
(ক) ১৩ বছৰ
(খ) ১৪ বছৰ
(গ) ১৫ বছৰ
উত্তৰঃ- (খ) ১৪ বছৰ
১৮. এটা শব্দত প্ৰকাশ কৰা- যাৰ শক্তি আছে?
(ক) দুসাহসী
(খ) সাহসী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (খ) সাহসী
১৯. মৃত্য়ু সমাৰ্থ শব্দ কি?
(ক) বেলি
(খ) মৰণ
(গ) জল
উত্তৰঃ- (খ) মৰণ
২০. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯৫০ চনত
(খ) ১৯৫১ চনত
(গ) ১৯৫২ চনত
উত্তৰঃ- (খ) ১৯৫১ চনত