এন্ ফ্ৰাঙ্কৰ ডায়েৰি
Chapter 3
১। এন্ ফ্ৰাঙ্ক কিমান চনত জন্ম হৈছিল?
(ক) ১৯২৯ চনৰ জুন মাহত
(খ) ১৯১৯ চনৰ জুন মাহত
(গ) ২০০০ চনৰ জুন মাহত
উত্তৰঃ- (ক) ১৯২৯ চনৰ জুন মাহত।
২। এন্ ফ্ৰাঙ্ক জন্মে সূত্ৰে কৰ আছিল?
(ক) ফ্ৰান্স
(খ) জাপান
(গ) ইহুদী
উত্তৰঃ- (গ) ইহুদী।
৩। জাৰ্মান সেনাধক্ষ কোন আছিল?
(ক) এড্লফ হিট্লাৰ
(খ) অট’ফ্ৰাঙ্ক
(গ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ- (ক) এড্লফ হিট্লাৰ।
৪। এন্ ফ্ৰাঙ্কে পৰিয়ালসহ ক’ত বাস কৰিছিল?
(ক) ইংলেণ্ডত
(খ) হলেণ্ডত
(গ) নেদাৰলেণ্ডত
উত্তৰঃ- (খ) হলেণ্ডত।
৫। এন্ ফ্ৰাঙ্কৰ দেউতাকে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ ২ বছৰকাল ক’ত আত্মগোপন কৰিছিল?
(ক) এটা পণ্য়াগাৰত
(খ) এটা অট্টালিকাত
(গ) এটাও নহয়
উত্তৰঃ- (ক) এটা পণ্য়াগাৰত।
৬। নাজীবাহিনীৰ কৱলৰ পৰা জীৱিত ৰূপত কোন বাচি আহিছিল?
(ক) মাক
(খ) দেউতাক
(গ) এন্ ফ্ৰাঙ্ক
উত্তৰঃ- (খ) দেউতাক।
৭। এন্ ফ্ৰাঙ্কে কিমান চনৰ পৰা দিনলেখা কামটো আৰম্ভ কৰিছিল?
(ক) ১৯৪২ চনৰ ১২ জুনৰ পৰা
(খ) ১৮১৯ চনৰ ১৫ আগষ্ট পৰা
(গ) ১৯৪২ চনৰ ১৪ জুলাই পৰা
উত্তৰঃ- (ক) ১৯৪২ চনৰ ১২ জুনৰ পৰা।
৮। এন্ ফ্ৰাঙ্কে কিমান চনলৈ ডায়েৰি লিখে?
(ক) ১৯৪৪ চনৰ ১ আগষ্টলৈকে
(খ) ২০০০ চনলৈ
(গ) ১৯৯৯ চনৰ নবেম্বৰ মাহলৈ
উত্তৰঃ- (ক) ১৯৪৪ চনৰ ১ আগষ্টলৈকে।
৯। এন্ আৰু তেওঁৰ পৰিয়ালক কিমান তাৰিখে লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে।
(ক) ১ আগষ্টত
(খ) ৪ আগষ্টত
(গ) ৫ ছেপ্তেম্বৰত
উত্তৰঃ- (খ) ৪ আগষ্টত।
১০। এন্ ফ্ৰাঙ্কে ডায়েৰি লিখা কাৰণ কি?
(ক) বন্ধু নথকাৰ বাবে
(খ) মাক-বাপেকৰ বাবে
(গ) ১৬ বছৰীয়া বাইদেউৰ বাবে
উত্তৰঃ- (ক) বন্ধু নথকাৰ বাবে।
১১। এন্ ফ্ৰাঙ্কে কাক প্ৰকৃত বন্ধু হিচাপে গণ্য় কৰিছিল?
(ক) মাকক
(খ) দেউতাকক
(গ) ডায়েৰিখনত
উত্তৰঃ- (গ) ডায়েৰিখনত।
১২। এন্ ফ্ৰাঙ্কে ডায়েৰিখনৰ নাম কি ৰাখিছিল ?
(ক) ‘কিটি’
(খ) প্ৰকৃত বন্ধু
(গ) বিশ্বাসী বন্ধু
উত্তৰঃ- (ক) ‘কিটি’।
১৩। এন্ ৰ আইতাক কেতিয়া অসুখত পৰিল?
(ক) ১৯৪১
(খ) ১৯৪২
(গ) ১৯৪৩
উত্তৰঃ- (ক) ১৯৪১।
১৪। এন্ ৰ আইতাক কেতিয়া মৃত্য়ু হয়?
(ক) ১৯৪২ চনৰ জুন মাহত
(খ) ১৯৪২ চনৰ জানুৱাৰী মাহত
(গ) মৃত্য়ু হোৱা নাছিল
উত্তৰঃ- (খ) ১৯৪২ চনৰ জানুৱাৰী মাহত।
১৫। থিৰাং শব্দৰ অৰ্থ লিখা?
(ক) নিশ্চিত
(খ) লুকোৱা
(গ) চোৱা
উত্তৰঃ- (ক) নিশ্চিত।
১৬. ১৯৪১ চনত কি সময়ত এন ফ্ৰাঙ্কৰ আইতাক অসুখত পৰিছিল?
(ক) বসন্ত সময়ত
(খ) গ্ৰীষ্ম সময়ত
(গ) হেমন্ত সময়ত
উত্তৰঃ- (গ) হেমন্ত সময়ত।
১৭. গণ্য় অৰ্থ কি?
(ক) লেখত ল’বলগীয়া
(খ) গধুৰ গুণ
(গ) অমনোযোগী
উত্তৰঃ- (ক) লেখত ল’বলগীয়া।
১৮. এন ফ্ৰাঙ্কৰ ডায়েৰি এখন বিশ্ৱবিখ্য়াত কি?
(ক) আলোচনি
(খ) গ্ৰন্থ
(গ) প্ৰবন্ধ
উত্তৰঃ- (খ) গ্ৰন্থ।
১৯. এন ফ্ৰাঙ্কৰ চিন্তাৰ পৰিধি কেনেকুৱা আছিল?
(ক) বিশাল আছিল
(খ) সৰু আছিল
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰঃ- (ক) বিশাল আছিল।
২০. এন ফ্ৰাঙ্কৰ বাইদেউকৰ কিমান বয়স আছিল?
(ক) তেৰ বছৰ
(খ) পোন্ধৰ বছৰ
(গ) ষোল্ল বছৰ
উত্তৰঃ- (গ) ষোল্ল বছৰ।