যুগমীয়া শৰাইঘাট
Chapter 2
১। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল ?
(ক) সামৰিক
(খ) সামাজিক
(গ) অৰ্থনৈতিক
উত্তৰঃ- (ক) সামৰিক।
২। বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?
(ক) ৰাজনৈতিক
(খ) সামৰিক
(গ) গণতান্ত্ৰিক
উত্তৰঃ- (গ) গণতান্ত্ৰিক।
৩। ৰামসিংহ কোন আছিল?
(ক) মোগলৰ ৰজা
(খ) মোগলৰ সন্য
(গ) মোগলৰ সেনাপতি
উত্তৰঃ- (গ) মোগলৰ সেনাপতি।
৪। তেওঁ কিয় অসমলৈ আহিছিল ?
(ক) অসমৰ প্ৰতি থকা হিংসাৰ ভাৱ নাইকিয়া কৰিবলৈ
(খ) অসম আক্ৰমণ কৰিবলৈ
(গ) অসম উপকাৰ কৰিবলৈ
উত্তৰঃ- (খ) অসম আক্ৰমণ কৰিবলৈ।
৫। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
(ক) লাচিতৰ সন্য আৰু মোগলৰ মাজত
(খ) আহোম আৰু মোগলৰ মাজত
(গ) লগাই নাছিল
উত্তৰঃ- (খ) আহোম আৰু মোগলৰ মাজত।
৬। লাচিতৰ অধিনত কিমান সন্য আছিল?
(ক) তিনি লখ্য
(খ) দুই লখ্য
(গ) এক লখ্য
উত্তৰঃ- (গ) এক লখ্য।
৭। মোগলে নাঁওৰে সৈতি ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি?
(ক) লাচিত
(খ) কোৱামৃদ্ধ হাজৰিকা
(গ) ৰামসিংহ
উত্তৰঃ- (খ) কোৱামৃদ্ধ হাজৰিকা।
৮। মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিতবৰফুকনে কাক লোৱা লাগাই থৈছিল ?
(ক) কটকী ৰামচৰণক
(খ) ৰামসিংহক
(গ) কোৱামৃদ্ধ
উত্তৰঃ- (ক) কটকী ৰামচৰণক।
৯। লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰাম সিংহলৈ কি পঠিয়াইছিল?
(ক) অফুগুতি পঠিআইছিল
(খ) দুচুঙা বালি পঠিআইছিল
(গ) এচুঙা বালি পঠিআইছিল
উত্তৰঃ- (গ) এচুঙা বালি পঠিআইছিল।
১০। অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰসংশা কৰিছিল নে নাই?
(ক) কৰিছিল
(খ) নাই
(গ) নে যুদ্ধ হোৱাই নাছিল
উত্তৰঃ- (ক) কৰিছিল।
১১। যুগ শব্দৰ বিশেষণ শব্দ কি হ’ব?
(ক) ঐতিহাসিক
(খ) যুগমীয়া
(গ) সামাজিক
উত্তৰঃ- (খ) যুগমীয়া।
১২। শৰাইঘাট শব্দৰ বিশেষণ শব্দ কি হ’ব?
(ক) মতলীৱা
(খ) অৰ্থনৈতিক
(গ) শৰাইঘটীয়া
উত্তৰঃ- (গ) শৰাইঘটীয়া।
১৩। মাতাল শব্দৰ বিশেষণ শব্দ কি হ’ব?
(ক) যুগ
(খ) সামৰিক
(গ) মতলীৱ
উত্তৰঃ- (গ) মতলীৱান।
১৪। গাওঁ শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া
(ক) গাঁৱলীয়া
(খ) নগৰীয়া
(গ) চহৰীয়া
উত্তৰঃ- (ক) গাঁৱলীয়া।
১৫। পাহাৰ শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া
(ক) পমুৱা
(খ) ৰণোৱা
(গ) পাহাৰীয়া
উত্তৰঃ- (গ) পাহাৰীয়া।
১৬। পাম শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া
(ক) খকুৱা
(খ) বনুৱা
(গ) পামুৱা
উত্তৰঃ- (গ) পামুৱা।
১৭। নম্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া
(ক) নম্ৰতা
(খ) মিত্ৰতা
(গ) দুষ্টালি
উত্তৰঃ- (ক) নম্ৰতা।
১৮। মিত্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া
(ক) ধিতিঙালি
(খ) ভদ্ৰতা
(গ) মিত্ৰতা
উত্তৰঃ- (গ) মিত্ৰতা।
১৯। ভদ্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া
(ক) সত্যতা
(খ) ভদ্ৰতা
(গ) ভালৰি
উত্তৰঃ- (খ) ভদ্ৰতা।
২০। দুষ্ট শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া
(ক) ধিতিঙালী
(খ) মিত্ৰতা
(গ) দুষ্টালী
উত্তৰঃ- (গ) দুষ্টালী।