সুখ
Chapter 12
১. সুখ বিচাৰোঁতে সংসাৰত কি পোৱা যায়?
(ক) দুখ
(খ) সুখ
(গ) মৰম
উত্তৰঃ- (ক) দুখ
২. সুখ ক’ত থাকে?
(ক) হাতত
(খ) পকেটত
(গ) ঘৰত
উত্তৰঃ- (ক) হাতত
৩. সুখ পাছে পাছে ফুৰিবলৈ হ’লে কি কৰিব লাগিব ?
(ক) স্বাৰ্থ বলিদান দিব লাগিব
(খ) মানুহক ঘৃণা কৰিব লাগিব
(গ) মানুহক লগত অহংকাৰ কৰিব লাগিব
উত্তৰঃ- (ক) স্বাৰ্থ বলিদান দিব লাগিব
৪. কবিতাটোৰ কবি গৰাকী নাম কি?
(ক) শ্ৰীমন্ত শংকৰদেব
(খ) আনন্দচন্দ্ৰ আগৰৱালা
(গ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ- (খ) আনন্দচন্দ্ৰ আগৰৱালা
৫. আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?
(ক) ১৮৭৪ চনত
(খ) ১৯৭৪
(গ) ২০০২
উত্তৰঃ- (ক) ১৮৭৪ চনত
৬. আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু কিমান চনত হৈছিল?
(ক) ১৯৩৯
(খ) ২০০০
(গ) ১৫৯০
উত্তৰঃ- (ক) ১৯৩৯
৭. আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি?
(ক) কাশীৰাম আগৰৱালা
(খ) হেমন্ত আগৰৱালা
(গ) কাশীৰাম বৰদলৈ
উত্তৰঃ- (ক) কাশীৰাম আগৰৱালা
৮. আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম কি?
(ক) ৰাধিকা আগৰৱালা
(খ) বীণা হাজৰিকা
(গ) এটাও নহয়
উত্তৰঃ- (ক) ৰাধিকা আগৰৱালা
৯. জোনাকী কাকতত কোনে কবিতা লিখিছিল?
(ক) আনন্দচন্দ্ৰ আগৰৱালা
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ- (ক) আনন্দচন্দ্ৰ আগৰৱালা
১০. আনন্দচন্দ্ৰ আগৰৱালাই কিয় ‘ভাঙনি কোৱৰ’ উপাধি পাইছিল?
(ক) ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে
(খ) হিন্দী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে
(গ) অসমীয়া কবিতা লেখাৰ বাবে
উত্তৰঃ- (ক) ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে
১১. পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাই?
(ক) সুখ নাই
(খ) দুখ নাই
(গ) শান্তি নাই
উত্তৰঃ- (খ) দুখ নাই
১২. কাৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়?
(ক) পৰৰ কাৰণে
(খ) নিজৰ কাৰণে
(গ) বন্ধু কাৰণে
উত্তৰঃ- (ক) পৰৰ কাৰণে
১৩. বলিদানৰ শব্দ অৰ্থ কি?
(ক) স্থিৰ
(খ) ত্য়াগ
(গ) প্ৰকাশ কৰি
উত্তৰঃ- (খ) ত্য়াগ
১৪. বিশ্ৱৰ সকলো কোনে সুখৰ নপৰে ওৰ?
(ক) পিতৃ-মাতৃ
(খ) শিক্ষক-শিক্ষয়ত্ৰী
(গ) ভাই-ভনী
উত্তৰঃ- (গ) ভাই-ভনী
১৫. যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখবোৰ কিহৰ ফালে ফুৰে?
(ক) আগে আগে
(খ) ওচৰে ওচৰে
(গ) পিছে পিছে
উত্তৰঃ- (গ) পিছে পিছে
১৬. সুখ সুখ বুলি কোন বলিয়া?
(ক) মানুহ বলিয়া
(খ) জীৱ-জন্তু বলিয়া
(গ) পশু-পক্ষী বলিয়া
উত্তৰঃ- (ক) মানুহ বলিয়া
১৭. আনন্দচন্দ্ৰ আগৰৱালা এজন কি আছিল?
(ক) লেখক
(খ) গ্ৰল্পকাৰ
(গ) কবি
উত্তৰঃ- (গ) কবি
১৮. পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই ওৰেটো জীৱন কি সন্ধান কৰে?
(ক) সুখৰ
(খ) দুখৰ
(গ) মৰমৰ
উত্তৰঃ- (ক) সুখৰ
১৯. আনন্দচন্দ্ৰ আগৰৱালা কিমান মাহৰ কিমান তাৰিখে জন্ম হৈছিল?
(ক) ৫ জানুৱাৰিত
(খ) ৫ জুলাই
(গ) ৫ ছেপ্টেম্ৱৰত
উত্তৰঃ- (গ) ৫ ছেপ্টেম্ৱৰত
২০. নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি আৰু কি ফুলে?
(ক) বকুল ফুলে
(খ) সুগন্ধি কুসুম ফুলে
(গ) পদুম ফুলে
উত্তৰঃ- (খ) সুগন্ধি কুসুম ফুলে