পৰীক্ষিতৰ ব্ৰক্ষশাপ
Chapter 10
১। পাঠটো কৰ পৰা লোৱা হৈছিল ?
(ক) ভাগবতৰ পৰা
(খ) ভট্টদেৱৰ কথা ভাগৱতৰ পৰা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰঃ- (খ) ভট্টদেৱৰ কথা ভাগৱতৰ পৰা
২। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?
(ক) বৈকুণ্ঠ নাথ
(খ) বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য
(গ) ওপৰৰ দুয়োটাই নহয়
উত্তৰঃ- (খ) বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য
৩। ভট্টদেৱৰ জন্ম ক’ত হৈছিল?
(ক) কামৰূপত
(খ) নগাঁও ত
(গ) শিৱসাগৰত
উত্তৰঃ- (ক) কামৰূপত
৪। ভট্টদেৱ কিমান চনত জন্ম হৈছিল ?
(ক) ১৬৩৮
(খ) ২০০১
(গ) ১৫৫৮
উত্তৰঃ- (গ) ১৫৫৮
৫। ভট্টদেৱৰ পিতাকৰ নাম কি আছিল ?
(ক) শীলভদ্ৰ
(খ) শ্ৰীচন্দ্ৰ ভাৰতী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (খ) শ্ৰীচন্দ্ৰ ভাৰতী
৬। পিতৃৰ নিৰ্দেশ মতে ভট্টদেৱে কাক ওচৰত শৰণ লৈছিল ?
(ক) দামোদৰদেৱৰ ওচৰত
(খ) শ্ৰী শ্ৰী শংকৰদেৱৰ ওচৰত
(গ) শ্ৰী মাধবদেৱৰ ওচৰত
উত্তৰঃ- (ক) দামোদৰদেৱৰ ওচৰত
৭। সকলো শাস্ত্ৰত ভট্টদেৱৰ গভীৰ কি——– আছিল ?
(ক) বুধি
(খ) সাহস
(গ) ব্যুৎপত্তি
উত্তৰঃ- (গ) ব্যুৎপত্তি
৮। ভট্টদেৱক কি উপাধিৰে বিভূষিত কৰা হৈছিল ?
(ক) কবিৰত্ন
(খ) ভট্টাচাৰ্য
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়
৯। ভট্টদেৱৰ আগতে কোনো কি ভাষাত গদ্যত পুথি ৰচিত হোৱা নাছিল ?
(ক) আৰ্যমূলীয়া ভাৰতীয়
(খ) ভাৰতীয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (ক) আৰ্যমূলীয়া ভাৰতীয়
১০। ভট্টদেৱৰ কিমান চনত মৃত্যু হৈছিল?
(ক) ১৫৫৮
(খ) ১৬৩৮
(গ) ২০১১
উত্তৰঃ- (খ) ১৬৩৮
১১। মুনিয়ে চকু মুদি কি কৰি আছিল ?
(ক) জ্ঞান
(খ) ধ্যান
(গ) চকু মুদি বহি আছিল
উত্তৰঃ- (খ) ধ্যান
১২। মুনিজনৰ নাম কি ?
(ক) শমীক মুনি
(খ) শৃংগী মুশৃংগীয়েনি
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (ক) শমীক মুনি
১৩। পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল ?
(ক) শৃংগীয়ে
(খ) পৰীক্ষিত ৰজাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ- পৰীক্ষিত ৰজাই
১৪। ৰজা পৰীক্ষিত কি কৰিবলৈ বনলৈ গৈছিল ?
(ক) ফুৰিবলৈ
(খ) পানী খাবলৈ
(গ) চিকাৰ কৰিবলৈ
উত্তৰঃ- (গ) চিকাৰ কৰিবলৈ
১৫। ৰজাৰ কথা কাৰ কাণত নপৰিল ?
(ক) পৰীক্ষিতৰ
(খ) শমীক মুনিৰ
(গ) শৃংগীৰ
উত্তৰঃ- (খ) শমীক মুনিৰ
১৬। মৰা সাপ ডাল কাৰ ডিঙিত মেৰিয়াই দিলে ?
(ক) শমীক মুনিৰ
(খ) শৃংগী মুনিৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (ক) শমীক মুনিৰ
১৭। ৰজাক কি নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিলে?
(ক) অজগৰ সাপে
(খ) তক্ষক সাপে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (খ) তক্ষক সাপে
১৮। কি ব্যক্তিয়ে আনৰ মহত্ব আৰু নিজৰ দোষহে উপলব্ধি কৰে ?
(ক) ভাল ব্যক্তিয়ে
(খ) বেয়া ব্যক্তিয়ে
(গ) মহৎ ব্যক্তিয়ে
উত্তৰঃ- (গ) মহৎ ব্যক্তিয়ে
১৯ শান্ত শব্দৰ বিপৰীত অৰ্থ কি ?
(ক) উচ্চ
(খ) নিচ্চ
(গ) অশান্ত
উত্তৰঃ- (গ) অশান্ত
২০। প্ৰশংসা শব্দৰ অৰ্থ কি ?
(ক) নিন্দা
(খ) অন্যায়
(গ) ন্যায়
উত্তৰঃ- (ক) নিন্দা