1/ কবিয়ে কাক জাগি উঠিবলৈ কৈছে ?
উত্তৰঃ কবিয়ে জননীৰ সন্তানক জাগি উঠিবলৈ কৈছে।
2/ দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে ?
উত্তৰঃ দুৰ্জ্জয় অভিযান বুলি দেশৰ অপকাৰ কৰা বুজাইছে।
3/ দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে ?
উত্তৰঃ দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গছকিবলৈ কৈছে।
4/ জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
উত্তৰঃ জননীৰ সন্তানক কৰ্মহীনতাই দুৰ্বল কৰাৰ কথা কৈছে।
5/ কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে ?
উত্তৰঃ স্বদেশপ্ৰেমী জোৱান সকল জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।
6/ আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে ?
উত্তৰঃ আপোন পাহৰা বীৰক নৱ-জোৱান বুলি আখ্য়া দিছে।
7/ জাগা জননীৰ সন্তানটো কবিতাটোৰ কবি কোন ?
উত্তৰঃ জাগা জননীৰ সন্তানটো কবিতাটোৰ কবি হল- জ্য়োতিপ্ৰসাদ আগৰৱালা।
8/ কবিয়ে কাক গছকি জয়জিনিব দিছে ?
উত্তৰঃ কবিয়ে মৃত্য়ুক গছকি জয় জিনিব দিছে।
9/ জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা ১৯০৩ চনত জন্ম হৈছিল।
10/ ‘শোণিত কুঁৱৰী’ নাটখন তেখেতে কিমান বছৰ বয়সত ৰচনা কৰিছিল ?
উত্তৰঃ ‘শোণিত কুঁৱৰী’ নাটখন তেখেতে ১৪ বছৰ বয়সত ৰচনা কৰিছিল।
Type By-Subhas Nath