ভগ্নাংশ আৰু দশমিক সংখ্য়ায়
২য় অধ্য়ায়
অনুশীলনী 2(C)
1. পূৰণ কৰা ঃ
i) 0.3 ✕ 7
Solution: 0.3 ✕ 7
= 2.1
ii) 2.3 ✕ 8
Solution: 2.3 ✕ 8
= 18.4
iii) 6.7 ✕ 12
Solution: 6.7 ✕ 12
= 80.4
iv) 0.21 ✕ 5
Solution: 0.21 ✕ 5
= 1.05
v) 9.18 ✕ 6
Solution : 9.18 ✕ 6
= 55.08
vi) 12.37 ✕ 20
Solution: 12.37 ✕ 20
= 247.4
vii) 0.132 ✕ 3
Solution: 0.132 ✕ 3
= 0.396
viii) 4.056 ✕ 2
Solution: 4.056 ✕ 2
= 8.112
ix) 10.444 ✕ 15
Solution: 10.444 ✕ 15
= 156.66
2. খালী ঠাই পূৰ কৰাঁ ঃ
i) 0.9 ✕ 10 = 9
ii) 0.269 ✕ 100 = 26.9
iii) 1.31 ✕ 10 = 13.1
iv) 1.069 ✕ 100 = 106.9
v) 1.493 ✕ 10 = 14.93
vi) 2.1346 ✕ 1000 = 2134.6
vii) 2.69 ✕ 100 = 269
viii) 6.95 1000 = 695
3. পুৰণফল উলিউৱাঁ ঃ
i) 3.5 ✕ 0.3
Solution: 3.5 ✕ 0.3
= 1.05
ii) 0.3 ✕ 51.7
Solution: 0.3 ✕ 51.7
= 15.51
iii) 1.2 ✕ 316.8
Solution: 1.2 ✕ 316.8
= 380.16
iv) 1.7 ✕ 7.1
Solution: 1.7 ✕ 1.7
= 2.89
v) 0.7 ✕ 0.007
Solution: 0.7 ✕ 0.007
= 0.0049
vi) 11.2 ✕3.15
Solution: 11.2 ✕ 3.15
= 35.28
vii) 1.07 ✕ 0.03
Solution: 1.07 ✕ 0.03
= 0.0321
viii) 10.05 ✕ 1.75
Solution: 10.05 ✕ 1.75
= 17.5875
ix) 101.01 ✕ 0.01
Solution: 101.01 ✕ 0.01
= 1.0101
4. মান নিৰ্ণয় কৰাঁ ঃ
i) 0.1 ✕ 0.2 ✕ 0.03
Solution: 0.1 ✕ 0.2 ✕ 0.03
= 0.0006
ii) 2.1 ✕ 1.2 ✕ 2.1 ✕ 1.3
Solution: 2.1 ✕ 1.2 ✕ 2.1 ✕ 1.3
= 6.8796
iii) 0.5 ✕ 2.1 ✕ 1.5 ✕ 0.2
Solution: 0.5 ✕ 2.1 ✕ 1.5 ✕ 0.2
= 0.315
iv) 2.5 ✕ 1.2 ✕ 2.1 ✕ 1.3
Solution: 2.5 ✕ 1.2 ✕ 2.1 ✕ 1.3
= 8.19
5. এটা সমবাহু ত্ৰিভুজৰ এটাৰ বাহুৰ মাপ 5.23 ছে:মি: । ত্ৰিভূজটোৰ পৰিসীমা নিৰ্ণয় কৰা ।
Solution: দিয়া আছে,
সমবাহু ত্ৰিভুজৰ বাহু মাপ = 5.23 cm
ত্ৰিভূজটো পৰিসীমা =
6. এখন মোনাত 18.625 কিগ্ৰা. চেনি আছে । তোনেকুৱা 12 খন মোনাত মুঠতে কিমান চেনি থাকিব নিৰ্ণয় কৰা ।
Solution: দিয়া আছে,
1 খন মোনাত চেনি ভৰাব পৰা যাব = 18.625 কিগ্ৰা.
∴ 12 খন মোনাত চেনি ভৰাব পৰা যাব = 18.625 ✕ 12
= 223.5 কিগ্ৰা.
7. এখন গাড়ীয়ে 1 লিটাৰ পেট্ৰলেৰে 18.24 কিমি. দুৰত্ব অতিক্ৰম কৰে । 7.6 লিটাৰ পেট্ৰলেৰে গাড়ীখনে কিমান দূৰত্ৱ অতিক্ৰম কৰিব নিৰ্ণয় কৰা ।
Solution: দিয়া আছে,
1 লিটাৰ পেট্ৰলেৰে দূৰত্ব অতিক্ৰম কৰে = 18.24 কি.মি
7.6 লিটাৰ পেট্ৰলেৰে দূৰত্ব অতিক্ৰম কৰে = 18.24 ✕ 7.6
= 138.624 কি.মি.
8. 1 মিটাৰ তামৰ তাৰৰ মূল্য 7.75 টকা 24.5 মিটাৰ তামৰ তাৰৰ মুঠ মূল্য কিমান হ’ব ?
Solution: দিয়া আছে,
1 মিটাৰ তামৰ তাৰৰ মূল্য = 7.75 টকা
24.5 মিটাৰ তামৰ তাৰৰ মূল্য = 7.75 ✕ 24.5
= 189.875 টকা
Author By- Twinkle Mahanta