অধ্যায় 5
অখণ্ড সংখ্যা ( Integers )
অনুশীলনী 5 (B)
1. সংখ্যাৰেখাৰ সহায়ত তলৰ যোগফলবোৰ উলিওৱা ।
(a) -3 + 5
Ans:
(b) 1 + 4
Ans:
(c) -3 + (-3)
Ans:
(d) 1 + (-5)
Ans:
(e) 4 + (-4)
Ans:
(f) -7 + 7
Ans:
2. তলৰ সংখ্যাবোৰ যোগ কৰা ।
(a) 234 আৰু 3416
Ans:
(b) -1798 আৰু -2369
Ans:
(c) 8923 আৰু -6321
Ans:
(d) -479 আৰু 1396
Ans:
(e) -5730 আৰু 3709
Ans:
3. সৰল কৰা ।
(a) -43261 + 56931
Ans:
(b) 7892 + (-13691)
Ans:
(c) (-6329) + (-3623)
Ans:
(d) 25627 + (-30000)
Ans:
(e) (-7983) + (4646)
Ans:
5. তলৰ সংখ্যাবোৰত যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা ।
(a) -115
Ans:
(b) 250
Ans:
(c) -19
Ans:
(d) 0
Ans:
(e) -50
Ans:
(f) 25
Ans:
(g) 120
Ans:
(h) -169
Ans:
6. বিয়োগ কৰা ।
(a) 5673 ৰ পৰা 4900
Ans:
(b) -2378 ৰ পৰা 1578
Ans:
(c) -6783 ৰ পৰা -2369
Ans:
(d) 7836 ৰ পৰা -4234
Ans:
(e) -25698 ৰ পৰা -15696
Ans:
7. তলৰ সংখ্যাবোৰৰ পূৰ্বৱৰ্তী সংখ্যাবোৰ লিখা ।
(a) 37
Ans:
(b) -67
Ans:
(c) 0
Ans:
(d) -78
Ans:
(e) 49
Ans:
8. তলৰ সংখ্যাবোৰৰ পৰৱৰ্তী সংখ্যাবোৰ লিখা ।
(a) -79
Ans:
(b) 1
Ans:
(c) -1
Ans:
(d) 80
Ans:
(e) -105
Ans:
9. সৰল কৰা ।
(a) 27 + 17 – 36
Solution:
(b) 56 – 87 + 12 – 69
Solution:
(c) -97 + (-18) – (-47) + 52
Solution:
(d) -26 – (-38) -64 – (-82) – 15
Solution:
(e) 105 – 162 – (-185) – 146 + 152
Solution:
10. -6279 আৰু 4782 ৰ যোগফলৰ পৰা 5067 বিয়োগ কৰা ।
Solution:
11. 10625 ৰ পৰা -3799 আৰু 5675 ৰ যোগফল বিয়োগ কৰা ।
Solution:
12. দুটা অখণ্ড সংখ্যাৰ যোগফল -525 । ইয়াৰে এটা 384 হ’লে আনটো সংখ্যা নিৰ্ণয় কৰা ।
Solution:
13. দুটা সংখ্যাৰ যোগফল 360 । ইয়াৰে এটা -220 হ’লে আনটো নিৰ্ণয় কৰা ।
Solution:
14. -85 আৰু -64 ৰ পাৰ্থক্যৰ লগত -55 যোগ কৰা ।
Solution: