অধ্যায় 3
গ. সা. উ. আৰু ল.খা. গু. (HCF and LCM)
অনুশীলনী 3 (A)
1. তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ।
i) তলৰ কোনযোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা ?
(a) 8, 10
(b) 9, 10
(c) 6, 8
(d) 15, 18
Ans:
ii) তলৰ কোনটো মৌলিক সংখ্যা ?
(a) 115
(b) 139
(c) 161
(d) 203
Ans:
iii) দুটা ক্ৰমিক স্বাভাবিক সংখ্যাৰ গ. সা. উ. কি ?
Ans:
(iv) দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গ. সা. উ. কি ?
Ans:
(v) যদি a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা হয়, তেন্তে a, bৰ গ. সা. উ. কিমান হ’ব?
Ans:
(vi) যদি b, aৰ উৎপাদক হয় তেন্তে a আৰু bৰ গ. সা. উ. কি ?
Ans:
2. তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গ. সা. উ. কি ?
(i) 28 আৰু 24
Ans:
(ii) 48 আৰু 72
Ans:
(iii) 70 আৰু 84
Ans:
(iv) 104 আৰু 117
Ans:
(v) 525 আৰু 875
Ans:
(vi) 108, 180 আৰু 144
Ans:
(vii) 396, 363 আৰু 330
Ans:
(viii) 120, 960 আৰু 600
Ans:
(ix) 106, 159 আৰু 371
Ans:
(x) 1794, 2346, 4761
Ans:
3. তলৰ সংখ্যাবোৰৰ চুটি হৰণৰ নিয়মেৰে গ. সা. উ. নিৰ্ণয় কৰা ।
(i) 108 আৰু 96
Ans:
(ii) 160 আৰু 176
Ans:
(iii) 85 আৰু 102
Ans:
(iv) 2700 আৰু 1728
Ans:
(v) 5400 আৰু 7560
Ans:
(vi) 150, 140, 210
Ans:
(vii) 90, 108, 126
Ans:
(viii) 216, 240, 264
Ans:
(ix) 324, 360, 396
Ans:
(x) 32, 64, 96, 128
Ans:
4. দীৰ্ঘ হৰণৰ নিয়মেৰে তলৰ সংখ্যাবোৰৰ গ. সা. উ. নিৰ্ণয় কৰা ।
(i) 21 আৰু 1176
Ans:
(ii) 504 আৰু 980
Ans:
(iii) 513 আৰু 783
Ans:
(iv) 3528 আৰু 3969
Ans:
(v) 1045 আৰু 1520
Ans:
(vi) 3192 আৰু 14280
Ans:
(vii) 2860, 3146 আৰু 3718
Ans:
(viii) 3780, 5040 আৰু 4725
Ans:
(ix) 3570, 4080 আৰু 4590
Ans: