অধ্যায় ২
পূৰ্ণ সংখ্যা (Whole Numbers)
অনুশীলনী 2 (C)
1. তলৰ আৰ্হিবোৰত থকা মুঠ ৰেখাখণ্ডৰ সংখ্যা নিৰ্ণয় কৰা ।
2. i) আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো কি ?
Ans:
ii) দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটো কি ?
Ans:
iii)সপ্তম ত্ৰিভুজীয় সংখ্যাটো কি ?
Ans:
iv) 15-তম ত্ৰিভুজীয় সংখ্যাটো কি ?
Ans:
3. প্ৰথম 10টা ত্ৰিভুজীয় সংখ্যা লিখা ।
Ans:
4. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i) তলৰ কোনটো আয়ত আৰ্হিৰ সংখ্যা ?
a) 3
Ans:
b) 5
Ans:
c) 8
Ans:
d) 11
Ans:
ii) তলৰ কোনটো সংখ্যাক বৰ্গ আকৃতিত সজাব পাৰি ?
a) 15
Ans:
b) 64
Ans:
c) 20
Ans:
d) 18
Ans:
iii) তলৰ কোনটো আয়ত আৰ্হিৰ সংখ্যা নহয় ?
a) 14
Ans:
b) 15
Ans:
c) 17
Ans:
d) 20
Ans:
iv) তলৰ কোনটো ত্ৰিভুজ আৰ্হিৰ নহয় ?
a) 6
Ans:
b) 8
Ans:
c) 22
Ans:
d) 17
Ans:
5. তলৰ আৰ্হিটো ভালদৰে সক্ষ্য কৰা আৰু খালী ঠাই পূৰ কৰা ।
1 ✖ 8 + 1 = 9
Ans:
12 ✖ 8 + 2 = 98
Ans:
123 ✖ 8 + 3 = 987
Ans:
1234 ✖ 8 + 4 = 9876
Ans:
12345 ✖ 8 + 5 = 98765
Ans:
123456 ✖ 8 + 6 = …………….
Ans:
1234567 ✖ 8 + 7 = …………….
Ans:
12345678 ✖ 8 + 8 = ……………..
Ans:
123456789 ✖ 8 + 9 = ……………..
Ans:
6. তলৰ আৰ্হিটো সক্ষ্য কৰা আৰু খালী ঠাই পূৰ কৰা ।
:
9 ✖ 9 + 7 =88
Ans:
98 ✖ 9 + 6 = 888
Ans:
987 ✖ 9 + 5 = 8888
Ans:
9876 ✖ 9 + 4 = 88888
Ans:
98765 ✖ 9 + 3 =…………
Ans:
987654 ✖ 9 + 2 = ………….
Ans:
9876543 ✖ 9 + 1 = …………..
Ans