অধ্যায় ২
পূৰ্ণ সংখ্যা (Whole Numbers)
অনুশীলনী 2 (B)
1. শুদ্ধ নে অশুদ্ধ লিখা ।
a) পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ নহয় ।
অধ্যায় ২
পূৰ্ণ সংখ্যা (Whole Numbers)
অনুশীলনী 2 (B)
1. শুদ্ধ নে অশুদ্ধ লিখা ।
a) পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ নহয় ।
Ans:
b) পূৰ্ণ সংখ্যাৰ যোগ প্ৰক্ৰিয়াই ক্ৰম বিনিময় ধৰ্ম মানি নচলে ।
Ans:
c) পূৰ্ণ সংখ্যাৰ যোগ আৰু পূৰণ প্ৰক্ৰিয়া দুটাই সন্মিলন বিধি মানি চলে ।
Ans:
d) 6 ➗ 0 = 0
Ans:
e) 0 ➗ 15 = 0
Ans:
f) 0 ➗ 0 = 1
Ans:
g) 25 ✖ 18 ✖ 27 ✖ 45 = 45 ✖ 27 ✖ 25 ✖ 18
Ans:
h) যোগাত্মক একক মৌলটো 1 ।
Ans:
i) গুনাত্মক একক মৌলটো 1 ।
Ans:
j) পূৰ্ণ সংখ্যাৰ বিয়োগ প্ৰক্ৰিয়াই সদায় সন্মিলন বিধি মানি চলে ।
Ans:
2. উপযুক্ত ক্ৰমত সজাই লৈ যোগফল উলিওৱা ।
i) 913 + 503 + 87
Ans:
ii) 262 + 1875 + 338 + 125
Ans:
iii) 30 + 31 + 32 + 33 + 34 + 35 + 36 + 37 + 38 + 39 + 40
Ans:
iv) 3001 + 5030 + 999 + 670
Ans:
v) 1 + 2 + 3 + 4 + 5 + 995 + 996 + 997 + 998 + 999
Ans:
3. উপযুক্ত ক্ৰমত সজাই লৈ পূৰণফল উলিওৱা ।
i) 2 ✖ 67 ✖ 5
Ans:
ii) 25 ✖ 932 ✖ 4
Ans:
iii) 2 ✖ 612 ✖ 50 ✖ 25 ✖ 4
Ans:
iv) 315 ✖ 8 ✖ 20 ✖ 125 ✖ 5
Ans:
v) 40 ✖ 431 ✖ 125 ✖ 25 ✖ 8
Ans:
4. বিয়োগ প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা ।
i) 162 ✖ 6 + 162 ✖ 4
Ans:
ii) 396 ✖ 97 + 396 ✖ 3
Ans:
iii) 1764 ✖ 60 + 1764 ✖ 35 + 1765 ✖ 5
Ans:
iv) 13961 ✖ 99 + 13961
Ans:
5. উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি তলৰ পূৰণফলবোৰ উলিওৱা ।
i) 437 ✖ 102
Ans:
ii) 1567 ✖ 1001
Ans:
iii) 329 ✖ 1009
Ans:
iv) 101 ✖ 6238
Ans:
6. এজন মানুহে সোমবাৰে 5 কিল’গ্ৰাম, মঙলবাৰে 2 কিল’গ্ৰাম আৰু বুধবাৰে 8 কিল’গ্ৰাম চাউল কিনিলে । যদি প্ৰতি কিল’গ্ৰাম চাউলৰ মূল্য 52 টকা হয়, তেন্তে আটাইখিনি চাউলৰ বাবে মানুহজনে কিমান টকা দিবলগীয়া হ’ল ?
Ans: