অধ্যায়-1
সংখ্যা (Numbers)
অনুশীলনী 1 (F)
1. প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা ।
(I) 13,736 + 1,481
Ans:
(II) 3,092 + 16,521
Ans:
2. প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা ।
(I) 4,831 + 16,107
Ans:
(II) 5,986 + 1,65,921
Ans:
3. তলৰ বিয়োগফলবোৰৰ আসন্ন মান উলিওৱা ।
(I) 685 – 48 [ প্ৰতিটোৰে দহকলৈ আসন্ন মান লৈ ]
Ans:
(II) 13,695 – 8,581 [ প্ৰতিটোৰে শতকলৈ আসন্ন মান লৈ ়
Ans:
(III) 5,361 – 405 [ প্ৰতিটোৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ়
Ans:
4. প্ৰতিটো সংখ্যাৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ পূৰণফলবোৰৰ আসন্ন মান উলিওৱা ।
(I) 239 🗙 87
Ans:
(II) 5,347 🗙 291
Ans:
5. প্ৰতিটো সংখ্যাৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ হৰণফলবোৰৰ আসন্ন মান উলিওৱা ।
(I) 219 ➗ 38
Ans:
(II) 5880 ➗ 307
Ans: