অধ্যায়-1
সংখ্যা (Numbers)
অনুশীলনী (E)
1. তলৰ সংখ্যাবোৰৰ দহকলৈ আসন্ন মান উলিওৱা ।
(I) 48
Ans:
(II) 32
Ans:
(III) 75
Ans:
(IV) 89
Ans:
(V) 168
Ans:
(VI) 189
Ans:
(VII)1,299
Ans:
2. তলৰ সংখ্যাবোৰৰ শতকলৈ আলন্ন মান উলিওৱা ।
(I) 142
Ans:
(II) 356
Ans:
(III) 479
Ans:
(IV) 701
Ans:
(V) 1,390
Ans:
(VI) 1,940
(VII) 13,995
Ans:
3. তলৰ সংখ্যাবোৰৰ হাজাৰলৈ আসন্ন মান উলিওৱা ।
(I) 5,349
Ans:
(II) 8,763
Ans:
(III) 9,985
Ans:
(IV) 18,543
Ans:
(V) 50,695
Ans:
(VI) 1,65,385
Ans:
4. এখন ৰাজ্যৰ জনসংখ্যা 15,75,67,481 গৰাকী । ৰাজ্যখনৰ জনসংখ্যা –
(I) কোটিলৈ আসন্ন মানত প্ৰকাশ কৰা ।
Ans:
(II) লাখলৈ আসন্ন মানত প্ৰকাশ কৰা ।
Ans:
(III) হাজাৰলৈ আসন্ন মানত প্ৰকাশ কৰা ।
Ans:
(IV) শ লৈ আসন্ন মানত প্ৰকাশ কৰা ।
Ans:
5. এনেকুৱা বৃহত্তম সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ –
(I) হাজাৰলৈ আসন্ন মান 7000 ।
Ans:
(II) হাজাৰলৈ আসন্ন মান 35,000 ।
Ans:
(III) শ লৈ আসন্ন মান 600 ।
Ans:
(IV) শ লৈ আসন্ন মান 1500 ।
Ans:
(V) দহকলৈ আসন্ন মান 60 ।
Ans: