অধ্য়ায়-1
সংখ্য়া (Numbers)
অনুশীলনী 1(C)
- খালী ঠাইত > বা < চিন বহুওৱা।
(i) 6,754 🖵 895
Ans:
(ii) 8,734 🖵 9,000
Ans:
(iii) 84,571 🖵 84,372
Ans:
(iv) 2,31,596 🖵 2,30,698
Ans:
(v) 32,65,080 🖵 7,90,486
Ans:
(vi) 68,94,54,982 🖵 90,00,00,542
Ans:
- কোনটো ডাঙৰ নিৰ্ণয় কৰা।
(i) 75 হাজাৰ 385 আৰু 152 হাজাৰ 325
Ans:
(ii) 2 লাখ 35 হাজাৰ 159 আৰু 1 মিলিয়ন 295 হাজাৰ 162
Ans:
(iii) 70 লাখ 6 হাজাৰ 13 আৰু 130 মিলিয়ন 691 হাজাৰ 40
Ans:
(iv) 35 কোটি 68 লাখ 30 হাজাৰ আৰু 590 মিলিয়ন 371 হাজাৰ
Ans:
(v) 795 কোটি 95 লাখ 14 হাজাৰ আৰু 32 বিলিয়ন 48 মিলিয়ন
Ans:
- তলত দিয়া অংক 4টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্য়া দুটা লিখা।
(i) 3,2,5,7
Ans:
(ii) 2,0,9,8
Ans:
- তলত দিয়া অংক 6টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্য়া দুটা লিখা।
(i) 5,9,6,7,4,1
Ans:
(ii) 5,0,4,8,7,3
Ans:
- তলত দিয়া অংক 4টাৰ যিকোনো এটাক 2 বাৰ ব্য়ৱহাৰ কৰি 5টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্য়া দুটা লিখা।
(i) 5, 4, 7, 3
Ans:
(ii) 1, 5, 9, 8
Ans:
(iii) 5, 0, 6, 9
Ans:
- অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা যাতে—
(a) এককৰ স্থানত 7 থাকে।
ans:
(b) এককৰ স্থানত 5 থাকে।
Ans:
(c) দহকৰ স্থানত 0 থাকে।
Ans:
(d) শতকৰ স্থানত 3 থাকে।
Ans:
(e) হাজাৰৰ স্থানত 6 থাকে।
Ans:
7. 3টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা টো অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা।
Ans:
৪. ওটা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 5টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা।
Ans:
9.4টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা।
Ans:
4টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা।
Ans: