পাঠ-1
সংখ্য়া (Numbers)
অনুশীলনী 1(B)
1. তলৰ সংখ্য়াবোৰ আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখা।
(i) 32,508
Ans:
(ii) 431,270
Ans:
(iii) 3,140,291
Ans:
(iv) 153,642,030
Ans:
(v) 240,003,418
Ans:
(vi) 32,315,403,001
Ans:
(vii) 19,000,000,400
Ans:
2. তলৰ সংখ্য়াবোৰ আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখা।
(i) তিনিশ নবৈ হাজাৰ চাৰিশ বিছ
Ans:
(ii) ত্ৰিছ মিলিয়ন দুশ আঠানবৈ হাজাৰ সাতশ বত্ৰিছ
Ans:
(iii) চৌত্ৰিছ বিলিয়ন দুই মিলিয়ন তিৰাশী হাজাৰ চাৰিশ
Ans:
(iv) 218 মিলিয়ন 32 হাজাৰ 318
Ans:
(v) 3 বিলিয়ন 432 মিলিয়ন 145 হাজাৰ 718
Ans:
(vi) 47 বিলিয়ন 10 মিলিয়ন 300
Ans:
(vii) 321 বিলিয়ন 50 হাজাৰ
Ans:
3. তলৰ সংখ্য়াবোৰ আন্তৰ্জাতিক পদ্ধতিত ক’মা বহুৱাই শব্দৰে লিখা।
(i) 349435
Ans:
(ii) 7416053
Ans:
(iii) 16325819
Ans:
(iv) 6548490148
Ans:
(v) 92381005430
Ans:
4. তলত ভাৰতীয় পদ্ধতিত দিয়া সংখ্য়াবোৰ আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখা।
(i) তিনি লাখ তেসত্তৰ হাজাৰ পাঁচশ ছয়ানবৈ।
Ans:
(ii) আঠাশী লাখ বাৱন হাজাৰ তেইছ।
Ans:
(iii) সোতৰ কোটি এঘাৰ লাখ সাতাৱন হাজাৰ এশ তিৰানবৈ।
Ans:
(iv) দুশ আশী কোটি সাতষষ্ঠি লাখ তিনিশ বাসত্তৰ।
Ans:
5. তলত আন্তৰ্জাতিক পদ্ধতিত দিয়া সংখ্য়াবোৰ ভাৰতীয় পদ্ধতিত শব্দৰে লিখা।
(i) ছয় মিলিয়ন তিনিশ বাষষ্ঠি হাজাৰ চাৰিশ ওঠৰ।
Ans:
(ii) আঠাইছ মিলিয়ন পঞ্চলিছ হাজাৰ এশ তেত্ৰিছ।
Ans:
(iii) বাৰ মিলিয়ন দুশ সাতাইছ মিলিয়ন এশ চৌৰাল্লিছ হাজাৰ তিনিশ ছয়ত্ৰিছ।
Ans:
(iv) সাত বিলিয়ন একচল্লিছ মিলিয়ন আঠাত্ৰিছ হাজাৰ।
Ans:
6. খালী ঠাই পূৰ কৰা।
(i) 1 মিলিয়ন =___________ লাখ
Ans:
(ii) 10 মিলিয়ন =___________ লাখ =___________ কোটি
Ans:
(iii) 10 কোটি =___________ মিলিয়ন
Ans:
(iv) 100 কোটি =___________ বিলিয়ন
Ans: