আৰাধনা
প্ৰথম অধ্য়ায়
(ক) তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখাঃ
(১) ভগৱানক প্রার্থনা কৰিলে কি হয় ?
উত্তৰ :-
(২) কিহৰ দ্বাৰা ভগৱানৰ সৈতে যোগসূত্র স্থাপন কৰিব পাৰি ?
উত্তৰ :-
(৩) ভগৱানক কি বুলি প্ৰাৰ্থনা কৰিব লাগে ?
উত্তৰ :-
(৪) ভগৱানে আমাক দুটা চকু কিয় দিছে ?
উত্তৰ :-
(৫) ভৰি দুখনৰ সহায়েৰে আমি কি কি কৰিব পাৰোঁ ?
উত্তৰ :-
(খ) শুদ্ধ বাক্যত (✔) দিয়া আৰু ভুল বাক্যত (✖) দিয়াঃ
(১) ভগৱানে আমাক হাত দুখন কিয় দিছে? ভগৱানৰ গুণানুকীৰ্ত্তন কৰিবলৈ। পাঠ্যপুথিৰ পাঠ লিখিবলৈ। পাঠদান মনোযোগেৰে শুনিবলৈ ।
উত্তৰ :-
(২) ভগৱানে আমাক দুখন ভৰি দিছে কিয় ? আনৰ সুখ-দুখৰ সমভাগী হ’বলৈ। আনক অভিনন্দন জনাবলৈ প্রার্থনা গৃহলৈ যাবলৈ।
উত্তৰ :-
(গ) বিপৰীত অর্থ বুজোৱা শব্দ লিখাঃ
আৰম্ভ ভুল মংগল
সহায় বিপন যত্ন
উচিত শুভ সুখ
Type By- Pal Bora