কাঠমিস্ত্ৰীৰ ঘৰ
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্রশ্নাবলী: মূল্যয়নঃ ১
১। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোৰ কবিজনা কোন ? [H.S.’ 12]
২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি কিমান চনত ৰচনা কৰিছিল ? [HS ‘14, ‘17]
৩। কাঠমিস্ত্রী ক’ত থাকিবলগীয়া হয়? [HS ‘15]
৪। ‘কাঠমিস্ত্রী ঘৰ’ শীৰ্ষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কি কবিতাপুথিৰ পৰা লোৱা হৈছে ? [HS ‘16]
৫। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিত উল্লেখ তথা বিশ্ব শিল্পীগৰাকী কোন ? [HS’18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। কাঠ মিস্ত্ৰীৰ হাতৰ পৰশত কি কি আচবাবে ৰূপ লৈ মনোহৰ হৈ উঠে বুলি উল্লেখ কৰিছে? [HS ‘12]
২। কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে? [HS’13]
৩। প্রতিদিন নাই কৰ্মৰ’ বুলি কিয় কোৱা হৈছে? [HS ‘13]
৪। আধুনিক অসমীয়া প্ৰগতিশীল কবিতাৰ প্ৰসংগত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি সম্পৰ্কে ড° হীৰেন গোহাঁইদেৱে কি মন্তব্য আগবঢ়াইছে? [HS’14]
৫। কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে? [HS’15]
৬।কাঠমিস্ত্ৰীৰ শ্ৰমৰ এটি চমু বর্ণনা দিয়া । [HS ‘15]
৭। কাঠমিস্ত্রীয়ে কি কি কাঠৰ সঁজুলি নিৰ্মাণ কৰে? [HS ‘16]
৮। কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা ? ‘কাঠমিস্ত্ৰীৰ ঘৰ’ শীৰ্ষক কবিতাটিৰ আলমত চমুকৈ বুজাই লিখা । [HS’17]
৯।কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা ৷ [HS’18]
১০। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে। [HS ‘18]
(গ) ৰচনাধৰ্মী প্ৰশ্নাৱলী : মূল্যাংক : ৪/৫
১। প্রসংগ- সংগতি দৰ্শাই ব্যাখ্যা কৰা :
(ক) ‘বিশ্বৰ যত কৰ্মীৰ দল
তেজ ঢালি গঢ়ে প্রাসাদ উজ্জ্বল
মায়াপুৰী মানৱৰ
কাঠমিস্ত্ৰীৰ ঘৰ।’ [HS ‘16]
Type: Himashree Bora.