হস্তিবিদ্যাৰ্ণৱ পুথি
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। ‘হস্তি-বিদ্যাৰ্ণৱ পুথি‘ পাঠটি ক‘ৰ পৰা সংগ্ৰহ কৰা হৈছে ? [HS ‘17]
২। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি? [HS ‘18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
[HS ‘17]
২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা । [HS ‘18]
(গ) ৰচনাধৰ্মী প্রশ্নাবলী : মূল্যাংক : ৪/৫
১। ‘অসম হাতীপ্রধান দেশ’— হস্তিবিদ্যাৰ্ণৱ পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে কি প্ৰসঙ্গত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজাই লিখা ৷ [HS ‘17]
২। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া । [HS ‘18]
Type: Himashree Bora.