জনতাৰ আহ্বান
H.S. পৰীক্ষাত অহা প্রশ্নসমূহঃ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে ? [HS 12]
২। ‘অভ্যুত্থান’ শব্দটোৰ অৰ্থ লিখা ৷ [HS ‘12]
৩। ‘প্রবুদ্ধ’ শব্দটোৰ অৰ্থ লিখা ৷ [HS ‘13,15]
৪। ‘সংহতি’ শব্দটোৰ অৰ্থ কি ? [HS ‘14]
৫। মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? [HS ‘16,’18]
৬। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে ? [HS ‘17]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’
‘জনতাৰ আহ্বান’ কবিতাটিত এই পংক্তি ফাঁকিৰে কি বুজাব
খুজিছে?
[HS ‘12]
২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা ।
[HS’13]
–
৩। সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা
কৈছে ?
[HS ‘14]
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য তিনিটা লিখা ।
[HS ‘14]
৫। জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে?
[HS 14]
৬। পৃথিৱীৰ আকাশে-বতাহে কবিয়ে কিহৰ আহবান শুনিবলৈ পাইছে?
[HS ‘16]
৭। জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নাটক তিনিখনৰ নাম লিখা ।
[HS’17]
৮। সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহৰ উপচাৰ যচাৰ কথা কৈছে?
[HS ‘17]
৯। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক’ত
হৈছিল ?
[HS’18]
১০।‘ষোড়শোপচাৰ’ বুলিলে কি কি উপচাৰৰ কথা বুজায় ?
[HS ‘18]
(গ) ৰচনাধৰ্মী প্রশ্নাৱলী :
মূল্যাংক : ৪/৫
১। অভিনৱ এক জীৱনৰ ৰূপ
[HS ‘13, 15]
পুষ্পিত কৰি তুলিবলৈ
আজি মানৱৰ জন জীৱনৰ
সংহত অভ্যুত্থান।
২। আজি জনতাৰ পংকজ ৰূপ
জাগে পদুমৰ দৰে
বোকাত জনমা মানুহে আজি
আলোকলৈ উঠি আহে
বেলিমুৱা হৈ হাঁহে।
[HS ‘17]
Type: Himashree Bora.