মোৰ মাতৃমুখ দৰ্শন
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলীঃ মূল্যাংক : ১
১। ‘মোৰ মাতৃমুখ দৰ্শন‘ শীৰ্ষক পাঠটো ক‘ৰপৰা সংগ্ৰহ কৰা হৈছে? [HS ‘17]
২। ‘মাথা পোট’ শব্দৰ অৰ্থ কি? [HS’18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ? [HS ‘17]
(গ) ৰচনাধৰ্মী প্ৰশ্নাৱলী : মূল্যাংক : ৪/৫
১। ‘মোৰ মাতৃমুখ দৰ্শন‘ শীৰ্ষক পাঠটিৰ লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে‘ল যাত্ৰাৰ এটি বিৱৰণ আগবঢ়োৱা ৷ [HS ‘17]
২। “মোৰ মাতৃমুখ দর্শন ‘ শীর্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা ৷ [HS ‘17]
৩।বেজবৰুৱাই উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান‘ কোন আছিল ? [HS ‘18]
Type: Himashree Bora.