অম্বেষণ
H.S. পৰীক্ষাত অহা প্রশ্ন
(ক) অতি চমু প্রশ্ন : মূল্যাংক : ১
১। ‘অন্বেষণ‘ কবিতাটিৰ ৰচক কোন? [HS ‘09]
(খ) চমু প্রশ্নঃ মূল্যাংক : ২/৩/৪
১। “সমস্ত জগত ঘুৰি নিজ মনে ফুৰিছোঁ বিচাৰি।
____ কবিয়ে ইয়াত কাক বিচাৰি ফুৰাৰ কথা কৈছে? [HS ‘09, ‘11]
২। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :
(ক) বিৰহ কাতৰ মই, বিৰহত মৰো দেই-পুৰি,
অ‘ মোৰ প্ৰাণৰ প্ৰিয়া, ক‘ত যাম তোমাক বিচাৰি । [HS ‘10]
(খ) নিজ মনে গাই গাই বিৰহৰ কৰুণ সংগীত
সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি।[HS 12]
৩। “বিৰহ কাতৰ মই, বিৰহত মৰো দেই-পুৰি, অ‘ মোৰ প্ৰাণৰ প্ৰিয়া, ক‘ত যাম তোমাক বিচাৰি।”
কবিৰ বিৰহৰ চিত্ৰ ইয়াৰ মাজেৰে কিদৰে প্ৰকাশ পাইছে, লিখা [HS ‘15]
৪। “বিৰহ-কাতৰ মই বিৰহত মৰোঁ দেই-পুৰি”
কবিতাটোত উল্লেখ কৰা মতে কবিৰ বিৰহৰ কাৰণ কি? [HS ‘16]
৫। “বিৰহ-কাতৰ মই বিৰহত মৰোঁ দেই-পুৰি”
– কবিৰ বিৰহৰ কাৰণ বিশ্লেষণ কৰা। [HS’18]
(গ) ৰচনাধর্মী প্রশ্নঃ মূল্যাংক : ৫
১। ‘অন্বেষণ‘ কবিতাটিৰ মাজেৰে কবিৰ বিৰহৰ ভাৱ কেনেদৰে প্ৰকাশ পাইছে, লিখা। [HS ‘12]
Type: Himashree Bora.