মোৰ গাঁও
H.S. পৰীক্ষাত অহা প্ৰশ্ন
(ক) অতি চমু প্রশ্ন: মূল্যাংক: ১
১ | ‘কমাৰফদিয়া গাওঁ’ অসমৰ কোনখন নদীৰ পাৰত অৱস্থিত ? [HS ‘09]
২। ‘থুপিতৰা’ কাৰ ৰচনা ? [HS ‘11]
৩। ডিম্বেশ্বৰ নেওগৰ জন্ম কোন গাঁৱত হৈছিল ? [HS ‘12,’15]
৪। ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল ? [HS’13,’15, ‘16]
৫। ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’— নামৰ গ্ৰন্থখনৰ লেখক কোন ? [HS’ 18]
(খ) চমু প্রশ্ন : মূল্যাংক : ২/৩/৪
১। “ধনকে মাথোন চিনি মৰম নিচিনা হ’ল
ধনেই কেৱল হ’ল
দয়া স্নেহ মূলতে সবাৰ।”
___কবিয়ে এনেদৰে আক্ষেপ কৰাৰ কাৰণ কি, বুজাই লিখা । [HS ‘09, ‘13]
২। ‘হয়তো দুদিন আছে এই গাওঁ, এই বাৰী
গুচি হ’ব নতুন পাতনি
___কবিয়ে এনেদৰে কোৱাৰ কাৰণ কি? [HS ’12]
৩। ব্রহ্মাণ্ডত চালি-জাৰি ক’তো হ’লে পোৱা নাই
এদিনৰ কাৰণেও
সৰলতা আজি তেনেকুৱা ৷
—কবিয়ে ক’ত, কি সৰলতা নোপোৱাৰ কথা কৈছে? [HS ‘14]
৪। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :
(ক) বিশ্বৰ সৌন্দৰ্যখনি ! জন্মভূমি তই মাথোঁ
এচমকা ব্ৰহ্মাণ্ডৰ হিয়া [HS ‘11, ‘13,14]
(খ) ব্ৰহ্মাণ্ডত চালি-জাৰি ক’তো হ’লে পোৱা নাই
এদিনৰ কাৰণেও
সৰলতা আজি তেনেকুৱা ৷ [HS ‘15]
৫। ধনকে মাথোন চিনি মৰম নিচিনা হ’ল
ধনেই কেৱল হ’ল
দয়া স্নেহ মূলতে সবাৰে৷ [HS ‘17]
৬। ব্ৰহ্মাণ্ডত চালি-জাৰি ক’তো হ’লে পোৱা নাই
এদিনৰ কাৰণেও
সৰলতা আজি তেনেকুৱা । [HS’18]
(গ) ৰচনাধর্মী প্রশ্নঃ মূল্যাংক : ৫
১। ‘মোৰ গাওঁ’ কতিাটিত প্ৰকাশ পোৱা কবিৰ অতীত ৰোমন্থনৰ এটি বিৱৰণ দাঙি ধৰা । [HS ‘10]
Type: Himashree Bora.